অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শামুক খোৱা সাপ

শামুক খোৱা সাপ (common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২০ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

শামুক খোৱা সাপ (common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷

বিতৰণ

এই সাপবিধ প্ৰধানকৈ ভাৰত, চীন, ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত অৰ্থাৎ অৰুণাচল প্ৰদেশ, ছিক্কিম, দাৰ্জিলিং অসম আদি ৰাজ্যত এই সাপবিধ সতকাই দেখা পোৱা যায়৷

আচৰণ

সম্পৰ্কিত শ্ৰেণী

সাপজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শামুক খোৱা সাপ” প্ৰবন্ধৰ সংশোধন ২৫৭০৫০ (৩১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।