অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শাকিলা (চলচ্চিত্ৰ)

শাকিলা ( Shakeela ) ইন্দ্ৰজিৎ লংকেশৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ছবি। ছবিখনত ৰিচা চাড্ডাই ১৯৯০ চনৰ জনাজাত প্ৰাপ্তবয়স্ক তাৰকা হিচাপে অভিনয় কৰিছে, যিয়ে কেইবাখনো ভাৰতীয় ভাষাৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল, পংকজ ত্ৰিপাঠী আৰু ৰাজীৱ পিল্লাই সহযোগী চৰিত্ৰত…

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৫ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শাকিলা ( Shakeela ) ইন্দ্ৰজিৎ লংকেশৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ছবি।১ ছবিখনত ৰিচা চাড্ডাই ১৯৯০ চনৰ জনাজাত প্ৰাপ্তবয়স্ক তাৰকা হিচাপে অভিনয় কৰিছে, যিয়ে কেইবাখনো ভাৰতীয় ভাষাৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল,২ পংকজ ত্ৰিপাঠী আৰু ৰাজীৱ পিল্লাই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।৩ ছবিখনৰ প্ৰযোজক ছেমী নানৱানী আৰু চাহিল নানৱানী।৪ ২০২০ চনৰ ২৫ ডিচেম্বৰত শাকিলা ছবিগৃহত মুক্তি পাইছিল।৫

মুক্তি

২০২০ চনৰ ২৫ ডিচেম্বৰত (খ্ৰীষ্টমাছৰ দিনা) কানাড়া, হিন্দী, তেলেগু, তামিল, মালয়ালম- পাঁচটা ভাষাত মুক্তি পাইছিল।৬ টৰেণ্ট চাইটত উপশিৰোনামাৰে এইচডি সংস্কৰণ অনলাইনত ফাদিল হোৱাৰ পিছত ছবিখনৰ বক্স অফিচ সংগ্ৰহ পাইৰেচীৰ দ্বাৰা প্ৰভাৱিত হৈছিল।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (31 December 2020). Shakeela lauds her biopic that stars Richa Chadha. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (28 December 2020). From the archives: Who is Shakeela Khan? India Today Insight
  3. ↑ (25 December 2020). 'Shakeela' movie review: A juvenile biopic of an adult star
  4. ↑ (2020-12-07). Pankaj Tripathi turns into a South superstar in Shakeela: 'Always wanted to bring out idiosyncrasies of artists on screen'. Hindustan Times
  5. ↑ Shakeela Movie Review: An underwhelming portrayal of an inspiring real story. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (2020-11-30). Richa Chadha's 'Shakeela' to release theatrically on Christmas. The Hindu
  7. ↑ (26 December 2020). Leaked online! Shakeela is out on video sharing sites within a day of its release. The Times of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ২০২০ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ জীৱনীমূলক নাট্যধৰ্মী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাকিলা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৮২৬০ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।