অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তৰলা

তৰলা ( Tarla ) ভাৰতীয় চেফ তথা ৰন্ধন গ্ৰন্থ লেখিকা তৰলা দালালৰ ওপৰত আধাৰতি ২০২৩ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ বায়’পিক ছবি। ইয়াত হুমা কুৰেশ্বীয়ে নাম ভূমিকাত অভিনয় কৰিছে। ছবিখনৰ পৰিচালক পীয়ুষ গুপ্তা আৰু প্ৰযোজক ৰনি স্ক্ৰুৱালা, অশ্বিনী আয়েৰ তিৱাৰী আৰু নিতেশ তিৱাৰীয়ে। ছবিখন ZEE5 ত মুক্তি পাইছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৫ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তৰলা ( Tarla ) ভাৰতীয় চেফ তথা ৰন্ধন গ্ৰন্থ লেখিকা তৰলা দালালৰ ওপৰত আধাৰতি ২০২৩ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ বায়’পিক ছবি। ইয়াত হুমা কুৰেশ্বীয়ে নাম ভূমিকাত অভিনয় কৰিছে।১২৩ ছবিখনৰ পৰিচালক পীয়ুষ গুপ্তা আৰু প্ৰযোজক ৰনি স্ক্ৰুৱালা, অশ্বিনী আয়েৰ তিৱাৰী আৰু নিতেশ তিৱাৰীয়ে।৪৫ ছবিখন ZEE5 ত মুক্তি পাইছিল।৬৭

সঁহাৰি

ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল। এনডিটিভিৰ শৈৱাল চেটাৰ্জীয়ে লিখিছে, "তৰলাত এনে এগৰাকী মহিলাৰ কথা কোৱা হৈছে, যিয়ে ঘৰত আৰু বিশ্বত নিজৰ স্থান তৈয়াৰ কৰিবলৈ আলোচনা কৰে।"৮ টাইমছ অৱ ইণ্ডিয়াই ইয়াক ৫ৰ ভিতৰত ৩.৫ ৰেটিং দিও মন্তব্য কৰিছিল, “তৰলা”ই আমাৰ আবেগক অনুসৰণ কৰাৰ শক্তি আৰু সমাজৰ পৰা মুক্ত হোৱাৰ শক্তিৰ কথা মনত পেলাই দিয়ে।"৯ নন্দিনী ৰামনাথে Scroll.in ত লিখিছে, "প্ৰায় প্ৰতিটো দৃশ্যই খাদ্যৰ বিষয়ে – ইয়াৰ প্ৰস্তুতি, গ্ৰহণ আৰু গুৰুত্ব বিষয়ক।"১০

দ্য হিন্দুই লিখিছে, "চিনেমাখনে তৰলাৰ ব্যক্তিত্বক সন্তুষ্টিদায়কভাৱে প্ৰকাশ কৰাত ব্যৰ্থ হৈছে।"১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 April 2022). Huma Qureshi to play Tarla Dalal in celebrity chef's biopic. The Hindu
  2. ↑ (19 April 2022). Huma Qureshi to play Tarla Dalal in India's first ever Home chef's biopic. Firstpost
  3. ↑ (19 April 2022). 'Tarla' First Look: Huma Qureshi to Be Seen As First-Ever Home Chef Tarla Dalal. The Quint
  4. ↑ (26 April 2022). Ronnie Screwvala to back biopic on Tarla Dalal. Live Mint
  5. ↑ (20 May 2023). All You Need To Know About Huma Qureshi's 'Tarla', Film Based On Late Chef Tarla Dalal's Life. IndiaTimes
  6. ↑ (20 May 2023). Huma Qureshi's 'Tarla', Nawazuddin Siddiqui's 'Haddi', Manoj Bajpayee's 'Silence' and others opt for direct OTT release; deets inside. The Times of India
  7. ↑ Huma Qureshi's biopic 'Tarla' opts for direct OTT release. The Tribune (India)
  8. ↑ Tarla Review: Moderately Scrumptious With Huma Qureshi In Piping-Hot Form. NDTV
  9. ↑ TARLA REVIEW: A SAVOURY TALE OF HEARTWARMING MOMENTS & PERFORMANCES. The Times of India
  10. ↑ (7 July 2023). 'Tarla' review: Tarla Dalal biopic rarely wavers from the recipe book. Scroll
  11. ↑ (7 July 2023). 'Tarla' movie review: A simplistic, flat narration dilutes a fascinating story. The Hindi

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ২০২৩ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ জীৱনীমূলক নাট্যধৰ্মী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰলা” প্ৰবন্ধৰ সংশোধন ৫৩০৭৫০ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।