অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শংকৰ জ্যোতি বৰুৱা

শংকৰ জ্যোতি বৰুৱা(Sankar Jyoti Baruah) অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল। ২০২৪ ছেপ্তেম্বৰত এটি বিতৰ্কৰ পিছত তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাত চৰ্জুন হান্সেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শংকৰ জ্যোতি বৰুৱা(Sankar Jyoti Baruah) অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল।১ ২০২৪ ছেপ্তেম্বৰত এটি বিতৰ্কৰ পিছত তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাত চৰ্জুন হান্সেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।২৩

শিক্ষা

বৰুৱাই দুলীয়াজানতে বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰি, দুলীয়াজান মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ কৰ্ম আৰু গণসংযোগ ও সাংবাদিকতা বিভাগত দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ বৰ্তমান মেঘালয়ৰ USTM -ৰ এজন গৱেষক ছাত্ৰ।

তথ্যসূত্ৰ

  1. ↑ www.sentinelassam.com/topheadlines/change-of-gua
  2. ↑ www.sentinelassam.com/north-east-india-news/assa
  3. ↑ timesofindia.indiatimes.com/city/guwahati/aasu-a

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰ জ্যোতি বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৭৬৩৫৩ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।