অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লাও পানী

লাওপানী বা নাম লাও (𑜃𑜪 𑜎𑜰𑜫;English: Nam Lao / Hajpani) হ'ল লাওৰ এটা পনীয়া ৰূপ। ই আহোম ভাষাৰ শব্দ। ইয়াক আহোম জনগোষ্ঠীৰ দ্বাৰা প্ৰস্তুত কৰা হয়।

হালনাগাদ: ২৯ মে’ ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

লাওপানী বা নাম লাও (𑜃𑜪 𑜎𑜰𑜫;English: Nam Lao / Hajpani) হ'ল লাওৰ এটা পনীয়া ৰূপ১। ই আহোম ভাষাৰ শব্দ। ইয়াক আহোম জনগোষ্ঠীৰ দ্বাৰা প্ৰস্তুত কৰা হয়।২

বিশেষত্ব

নাম লাও হ'ল লাওৰ পনীয়া ৰূপ সেয়েহে নাম লাও অইন লাও সমূহতকৈ ৰঙ আৰু গাঢ়তাৰ ক্ষেত্ৰত পনীয়া হয়। ইয়াক অইন সকলো লাওৰ দৰে চাউল,ভীমকল নাইবা কঠাল আদিৰ পৰা প্ৰস্তুত কৰিব পৰা যায়। নাম লাও শব্দটো টাই আহোম ভাষাৰ পৰা আহিছে।৩ নাম মানে হ'ল পানী বা পনীয়া আৰু লাও মানে হ'ল টাই সকলৰ পৰম্পৰাগত এক প্ৰকাৰৰ পানীয় যাক অসমৰ লগতে চীন, থাইলেণ্ড, শান, লাউচ আদি দেশত প্ৰয়োগ কৰা হয়।৪

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gogoi, Lila. (1991). The History of the system of Ahom administration. Punthi Pustak. পৃ. 209
  2. ↑ Session, North East India History Association. (2003). Proceedings of North East India History Association. The Association. পৃ. 113
  3. ↑ Gogoi, Pushpa. (1996). Tai of North East India. Chumphra Printers and Publishers. পৃ. 120
  4. ↑ Gogoi, Pushpa. (1996). Tai of North East India. Chumphra Printers and Publishers. পৃ. 120

সম্পৰ্কিত শ্ৰেণী

সুৰাঅসমৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাও পানী” প্ৰবন্ধৰ সংশোধন ৬০৯৭৪৬ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।