লতা কৰৱী ক, ইংৰাজী ভাষাত সাধাৰণতে গল্ডেন ট্ৰাম্পেট (golden trumpet)কমন ট্ৰামপেটভাইন (common trumpetvine), আৰু য়েল্লৌ আলামান্দা (yellow allamanda) বুলি কোৱা হয়। ই হৈছে এপচাইনেছিয়া পৰিয়ালৰ অন্তৰ্গত আলামান্দা গণৰ এবিধ সপুষ্পক উদ্ভিদ। ই ব্ৰাজিলৰ থলুৱা প্ৰজাতি। ই ২০ ফুট পৰ্যন্ত হব পাৰে।১ ই কেনভানাছ, পোৱেৰ্ট ৰিকৰ চৰকাৰী ফুল।২ বঙালী ভাষাত ইয়াক অলকানন্দা বুলি কোৱা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Golden Trumpet Plant. Garden Guides
- ↑ Símbolos Oficiales. Municipio de Canóvanas
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতা কৰৱী” প্ৰবন্ধৰ সংশোধন ৫৪০৮৭০ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।