মুছলপুৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ বাক্সা জিলা জিলাৰ মুছলপুৰত অৱস্থিত। এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১
স্বীকৃতি
মহাবিদ্যালয়খন পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয় সৈতে সংযুক্ত আছিল। বৰ্তমান মহাবিদ্যালয়ৰ এফিলিয়েচন বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰৰ অধীনত আছে। মহাবিদ্যালয়খনে ২০০৮ চনত অসম চৰকাৰৰপৰা কনকাৰেঞ্জৰ সন্মতি লাভ কৰে। মহাবিদ্যালয়খনে অক্টোবৰ, ২০১৭ তাৰিখে ইউজিচি আইন ১৯৫৬ৰ ধাৰা অনুসৰি ২(এফ) আৰু ১২(বি)ৰ অধীনত স্বীকৃতিৰ বাবে এফ.নং. ৮-৫২৩/২০১৭ (চিপিপি-আই/চি) জৰিয়তে ইউজিচিৰ ওচৰত আবেদন কৰিছে।
বিভাগসমূহ
কলা শাখা
সুবিধাসমূহ
- কমন ৰুম
- পুথিভঁৰাল
- আই.চি.টি. লেবৰেটৰী
- খেলপথাৰ
- ছাত্ৰ বৃত্তি
- বাৰ্ষিক ভ্ৰমণ আৰু ক্ষেত্ৰ ভ্ৰমণ
- কেণ্টিন
- এক্সটেনচন প্ৰগ্ৰেম
তথ্যসূত্ৰ
- ↑ Mushalpur college. Shiksha.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছলপুৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৮২০০ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।