অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাবুশান মহান্তি

বাবুশান মহান্তি (ବାବୁଶାନ୍ ମହାନ୍ତି) ওড়িশাৰ চলচ্চিত্ৰৰ এজন সফল আৰু জনপ্ৰিয় অভিনেতা তথা সঙ্গীতশিল্পী। তেওঁৰ আচল নাম তন্ময় মহান্তি।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বাবুশান মহান্তি (ବାବୁଶାନ୍ ମହାନ୍ତି) ওড়িশাৰ চলচ্চিত্ৰৰ এজন সফল আৰু জনপ্ৰিয় অভিনেতা তথা সঙ্গীতশিল্পী। তেওঁৰ আচল নাম তন্ময় মহান্তি।

প্ৰাথমিক জীবন

ওড়িয়া ছবিৰ নায়ক বাবুশান মহান্তি ১৯৮৯ চনৰ ৩০ জুলাইত ওড়িশাৰ ভুবনেশ্বৰত জন্মগ্ৰহণ কৰে আৰু তাতেই ডাঙৰ-দীঘল হয়। তেওঁ ওলিউডৰ জনপ্ৰিয় অভিনেতা উত্তম মহান্তি আৰু অভিনেত্ৰী অপৰাজিতা মহান্তিৰ একমাত্ৰ সন্তান।

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাওড়িয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাবুশান মহান্তি” প্ৰবন্ধৰ সংশোধন ৫৬৪০৮৮ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।