অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মাং ভাষা (লোলো-বাৰ্মী ভাষা)

মাং ভাষা বা ম’আং ভাষা হৈছে চীনৰ য়ুনান প্ৰদেশৰ ৱেনচান স্বায়ত্ত শাসিত অঞ্চল আৰু উত্তৰ ভিয়েটনামত কোৱা এখন লোলো-বাৰ্মী ভাষা। স্থানীয়ভাৱে এই জাতিগোটক অন্য জাতিসমূহে গাওকুঝিয়াও ই (高裤脚彝, অৰ্থাৎ "ওখ পিন্ধা ই") বুলি জনে (Zhou 2014:1)। লামা (২০১২) অনুসৰি, মাং ভাষা ম'ন্দজিছ শাখাৰ অন্তৰ্গত।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মাং ভাষা বা ম’আং ভাষা হৈছে চীনৰ য়ুনান প্ৰদেশৰ ৱেনচান স্বায়ত্ত শাসিত অঞ্চল আৰু উত্তৰ ভিয়েটনামত কোৱা এখন লোলো-বাৰ্মী ভাষা। স্থানীয়ভাৱে এই জাতিগোটক অন্য জাতিসমূহে গাওকুঝিয়াও ই (高裤脚彝, অৰ্থাৎ "ওখ পিন্ধা ই") বুলি জনে (Zhou 2014:1)। লামা (২০১২) অনুসৰি, মাং ভাষা ম'ন্দজিছ শাখাৰ অন্তৰ্গত। মাং ভাষাত বহুল পৰিমাণে নং ঝুৱাং (মধ্য টাই) ভাষাৰ অন্তৰ্গত) শব্দৰ প্ৰভাব দেখা যায় (Wang 2018)।

জনসংখ্যাৰ বিতৰণ

Zhou (2014:1-2) অনুসৰি, ম’আং ভাষা তলত উল্লেখ কৰা অঞ্চল আৰু গাঁওসমূহত কোৱা হয়:

  • বানলুন অঞ্চল (板仑乡),
  • ফুনিং অঞ্চল
  • লোংয়াং (龙洋)১ (মাং, ঝুৱাং, আৰু হান চীনা অধিবাসী)
  • লোংমাই (龙迈)২
  • মুলা (木腊)৩ (মাং, ঝুৱাং, আৰু হান চীনা অধিবাসী)
  • গংজিনৱেই (公金渭)৪
  • কেলা (克拉)৫
  • মুগান (木甘),৬ নিউচাং গাঁও, লিডা অঞ্চল (মাং, ঝুৱাং অধিবাসী)
  • মুখিঅংপিং গাঁও (木兄坪村),৭ মুইয়াং অঞ্চল
  • ঝিলুন (直伦)৮৯ (মাং আৰু মিয়াও অধিবাসী)
  • উজনি মুইয়াং (上木羊)১০১১ (মাং আৰু মিয়াও অধিবাসী)
  • নামনি মুইয়াং (下木羊)১২১৩ (মাং আৰু মিয়াও অধিবাসী)
  • চিয়াওমুলুন (小睦伦),১৪ মুইয়াং অঞ্চল (হান চীনা, মাং আৰু ইয়াও অধিবাসী)
  • লিগং (里拱),১৫ লিডা অঞ্চল, ফুনিং অঞ্চল (লিডা অঞ্চলৰ আন ১২টা গাঁৱতো মাং)
  • গুয়াংজি প্ৰদেশৰ নাপো অঞ্চলৰ ঝেচাং (者长), ডানা (达那), নিয়ানবি (念必) গাঁওসমূহতো মাং ভাষী লোক আছে।

২০০৩ চনৰ ফুনিং অঞ্চল চৰকাৰৰ মতে, মাং লোকৰ সংখ্যা প্ৰায় ৪,০৭৯জন আৰু ৭১৩টা পৰিয়াল আছে (Zhou 2014:1)।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  • Hsiu, Andrew. 2014. "Mondzish: a new subgroup of Lolo-Burmese ". চিন ভাষাবিজ্ঞান আৰু ভাষা সংলগ্নতা বিষয়ে ১৪তম আন্তৰ্জাতিক গৱেষণা সম্বেলনৰ আলোচনী। তাইপেই: Academia Sinica.
  • Hsiu, Andrew. 2017. Meang শব্দ তালিকা (অডিঅ'সহ)। Zenodo.
  • Lama, Ziwo Qiu-Fuyuan (২০১২), Subgrouping of Nisoic (Yi) Languages, থিছিছ, ইউনিভাৰ্চিটি অফ টেক্সাছ এট আৰ্লিংটন (archived)
  • Wang, Zhanling 王战领. 2018. Mo'ang ভাষাৰ শাখা আৰু ভাষাগত সংযোগ। Journal of Honghe University, Vol.16 No.2, Apr. 2018.
  • Wu, Zili [武自立]. 1993. ফুনিং অঞ্চলৰ ম’আং ভাষাৰ প্ৰাথমিক অধ্যয়ন। Minzu Yuwen 2. wuxizazhi.cnki.net/Search/MZYW199302009.html
  • Zhou, Decai [周德才]. 2014. ম’আং ভাষাৰ অধ্যয়ন। বেইজিং: জাতিগত প্ৰকাশন গৃহ [民族出版社]।

তথ্যসূত্ৰ

  1. ↑ Village Longyang
  2. ↑ Longmai
  3. ↑ Village Mula
  4. ↑ Village
  5. ↑ Village Kela
  6. ↑ Village Mulan
  7. ↑ Muxiongping village
  8. ↑ Zhilun
  9. ↑ Village
  10. ↑ Village page
  11. ↑ Upper Muyang
  12. ↑ Village
  13. ↑ Lower Muyang
  14. ↑ Village
  15. ↑ Village page

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাং ভাষা (লোলো-বাৰ্মী ভাষা)” প্ৰবন্ধৰ সংশোধন ৫০৪০০০ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।