অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ময়নুল হক

মইনুল হক (Moinul Haque) অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ তেওঁ “The…

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

মইনুল হক (Moinul Haque) অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে৷ তেওঁ “The Thief”, “The Puppet”, “Mask Maker”, “Paisa” “The Bridge” আদি অনেক মূকাভিনয়ৰ সৃষ্টি কৰে৷১

বিভিন্ন কৃতকাৰ্যতা

  1. সংগীত নাটক একাডেমী বঁটা 2009২
  2. উত্তৰ-পূব ভাৰতৰ প্ৰথম মাইম একাডেমী প্ৰতিষ্ঠা ১৯৯১
  3. ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ৷
  4. ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অন্তৰ্গত নতুন দিল্লীৰ Center for Cultural Resources and Training-ৰ প্ৰশিক্ষক৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Art of Mime by Artist Moinul Haque সংগ্ৰহৰ সময়- ১০ ফেব্ৰুৱাৰী ২০১২
  2. ↑ Master of mime সংগ্ৰহৰ সময়- ১০ ফেব্ৰুৱাৰী ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ময়নুল হক” প্ৰবন্ধৰ সংশোধন ৬৪০১৩০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।