মন্ত্ৰী স্কোৱেৰ (ಮಂತ್ರಿ ಸ್ಕ್ವೇರ್) কৰ্ণাটকৰ বেংগালুৰু মহানগৰৰ মালেশ্বৰম অঞ্চলত অৱস্থিত এটা শ্বপিং মল। ৯২৪০০০ বৰ্গ ফুট (৮৫,৮০০ বৰ্গ মিটাৰ) ব্যৱহাৰযোগ্য কালিৰে (Gross leasable area) ২০১০ চনত মুকলি কৰাৰ সময়ত ই দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ শ্বপিং মল হিচাপে পৰিগণিত হৈছিল। ১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (March 15, 2010). Largest mall, Mantri Square to have metro connectivity. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন্ত্ৰী স্কোৱেৰ” প্ৰবন্ধৰ সংশোধন ৬০২৫৮৩ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।