
ভাতৃ দ্বিতীয়া, ভাই দূজ, ভাও বীজ, ভাই টীকা, ভাই ফোঁটা হৈছে হিন্দু সকলৰ দ্বাৰা পালিত এক উৎসৱ। বিক্ৰম সংবৎ হিন্দু কেলেণ্ডাৰ মতে দ্বিতীয় শুক্ল পক্ষৰ দ্বিতীয়টো সৌৰ দিনত এই উৎসৱ পালন কৰা হয়। সাধাৰণতে দেৱালী, তিহাৰ উৎসৱ আৰু ফাকুৱাৰ সময়ত ভাই দূজ পালন কৰা দেখা যায়। এই উৎসৱৰ পানল শৈলী ৰাখীবন্ধন ৰ সৈতে প্ৰায় একে। এই দিনত বায়েক বা ভনীয়েকে ককায়েক আৰু ভায়েকক উপহাৰ দিয়ে। দেশৰ দক্ষিণ অংশত ইয়াক 'য়ামা দ্বিতীয়া' হিচাপে পালন কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Nov 15, TOI Astrology ·; 2020; Ist, 06:00. Bhai Dooj 2020 date, time and significance - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাতৃ দ্বিতীয়া” প্ৰবন্ধৰ সংশোধন ৫৪৯২৮৭ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।