অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)

বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল। চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল।১২ চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল। এইটো ১ জানুৱাৰী ২০২০ তাৰিখে মুক্তি লাভ কৰিছিল আৰু একেলগে তেলুগু ভাষালৈও ডাব কৰা হৈছিল।৩

কাহিনীৰ বিষয়বস্তু

এই চলচ্চিত্ৰখন ৰাম গোপাল বৰ্মাৰ ক্লাছিক চলচ্চিত্ৰ। কাহিনীটো এজন দুৰ্দশাগ্ৰস্ত মেকানিকৰ জীৱনৰ চাৰিওফালে ঘূৰে, যি এজন উদীয়মান অভিনেত্ৰীৰ প্ৰেমত পৰে, আৰু যি পিছলৈ জনপ্ৰিয়তা লাভ কৰে।৪

অভিনয়

তথ্যসূত্ৰ

  1. ↑ (2020-01-01). ৰাম গোপাল বৰ্মাৰ বিউটিফুল চলচ্চিত্ৰৰ সমীক্ষা. TeluguBulletin.com
  2. ↑ (2019-10-09). ৰাম গোপাল বৰ্মাৰ পৰৱৰ্তী চলচ্চিত্ৰ বিউটিফুল. Deccan Chronicle
  3. ↑ (2019-12-19). ৰাম গোপাল বৰ্মাৰ বিউটিফুল মুক্তিৰ তাৰিখ ঘোষণা. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ আদিভি, শশিধৰ. (2020-01-07). নায়না গাংগুলী-ৰাম গোপাল বৰ্মা আকৌ একেলগে?. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীচলচ্চিত্ৰতেলেগু চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৮৫০১ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।