অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বহুকোষী জীৱ

বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে। কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষ (জীৱবিজ্ঞান)ৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে।১

কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ প্ৰাণী, স্থলজ উদ্ভিদ, ফিলামেণ্টযুক্ত ভেঁকুৰ আৰু বহুতো শেলাই বহুকোষী। ডাইক্ট'ষ্টেলিয়ামৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।

বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।

বিৱৰ্তন

বৰ্তমানৰ পৰা প্ৰায় ৩০-৩৫ নিযুত বছৰ আগতেই কাইনবেক্টেৰিয়া-সদৃশ বহুকোষী জীৱ থকাৰ প্ৰমাণ পোৱা গৈছে।

তথ্যসূত্ৰ

  1. ↑ Becker et al, Wayne M. (2009). The world of the cell. Pearson Benjamin Cummings. পৃ. 480. ISBN 978-0-321-55418-5

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহুকোষী জীৱ” প্ৰবন্ধৰ সংশোধন ৬৩২৫৭৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।