চি. চাইনেনছি হৈছে এক প্ৰকাৰৰ জলকীয়া। ইয়াক সাধাৰণতে ফফং জলকীয়া বা ইংৰাজীত "য়েল্ল' নেণ্টাৰ্ণ চিলি" (yellow lantern chili) বুলি কোৱা হয়।১ ই আমেৰিকাৰ এক থলুৱা প্ৰজাতি। ইহঁতৰ ব্যতিক্ৰমী জ্বলা গুণ আৰু অনন্য গন্ধৰ বাবে এই প্ৰজাতিৰ বিভিন্ন প্ৰকাৰবোৰ সমগ্ৰ বিশ্বতে জনাজাত। পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া; ভোট-জলকীয়া এই প্ৰজাতিৰে অন্তৰ্গত এক প্ৰকাৰ।২
তথ্যসূত্ৰ
- ↑ Capsicum Chinense. Rikke's Plants. Bihrmann
- ↑ Hottest chili. Guinness World Records
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফফং জলকীয়া” প্ৰবন্ধৰ সংশোধন ২৩৬০৯৯ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।