অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নাগা মৰিচ

নগা মৰিচ বা নাগা মৰিচ হৈছে ভোট জলকীয়াৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ উত্তৰ-পূব ভাৰতত উৎপাদিত জলকীয়া। ই এক প্ৰকাৰৰ অতি জ্বলা জলকীয়াৰ অন্যতম।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নগা মৰিচ বা নাগা মৰিচ হৈছে ভোট-জলকীয়াৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ উত্তৰ-পূব ভাৰতত উৎপাদিত জলকীয়া। ই এক প্ৰকাৰৰ অতি জ্বলা জলকীয়াৰ অন্যতম।

উদ্ভিদৰ বৈশিষ্ট

চাইনেনছিচৰ বিভিন্ন প্ৰজাতিসমূহৰ দৰে নগা জলকীয়াৰ সৰু, মধ্যমীয়া গুল্ম জাতীয় উদ্ভিদ, ইয়াৰ পাতবোৰ ডাঙৰ, ফুল সৰু, পাহি পাঁচটাকৈ থাকে আৰু ইয়াৰ ফল অতি জ্বলা সোৱাদযুক্ত।

বিস্তৃতি

নগা মৰিচৰ খেতি উত্তৰ-পূব ভাৰত, বিশেষকৈ নাগালেণ্ড আৰু মণিপুৰত কৰা হয়, সেইবাবেই ইয়াৰ নাম "নাগা" হৈছে বুলি কোৱা হয়। ইয়াৰোপৰি যুক্তৰাজ্য, যুক্তৰাষ্ট্ৰ (যেনেদৰে ড'ৰছেট নাগা উপ-প্ৰজাতি) আৰু হট চছ উৎপাদনৰ বাবে অষ্ট্ৰেলিয়া, আৰু ফিনলেণ্ড আদিতো ইয়াৰ খেতি কৰা হয়। ফিনলেণ্ডৰ চুপাৰ মাৰ্কেটত ইয়াক সতেজ ৰূপত বিক্ৰী কৰা হয়। পশ্চিম আফ্ৰিকাতো ইয়াক পোৱা যায়।

ৰন্ধন কাৰ্যত ব্যৱহাৰ

নগা মৰিচ বৰ জ্বলা। ই খাবলৈ ভোট জলকীয়াৰ দৰে, ইয়াৰ এক মিঠা আৰু জ্বলা সোৱাদ আছে। বাংলাদেশত এই জলকীয়া পৰম্পৰাগতভাবে খাদ্যৰ সৈতে প্ৰায়ে কেঁচাকৈ খোৱা হয়।

ড'ৰছেট নাগা

ড'ৰছেট নাগা হৈছে বাংলাদেশৰ নাগা মৰিচ নামৰ জলকীয়াৰ এক উপ প্ৰকাৰ।১ Since 2005, the heat level of Dorset Naga ranged from 661,451 SHUs for green fruit in 2007, up to 1,032,310 SHUs for ripe fruit harvested in 2009.২ The BBC's Gardeners' World television programme recorded a much higher heat level for Dorset Naga. As part of 2006 programming, the BBC gardening team ran a trial looking at several chili varieties, including Dorset Naga. Heat levels were tested by Warwick HRI, and the Dorset Naga came in at 1,598,227 SHUs, one of the hottest heat levels recorded at that time for a chili.১৩

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Some Like It Hot: Dorset's Ultra-Hot Chillies
  2. ↑ Dorset Naga. Dorset Naga
  3. ↑ (20 October 2006). Gardening: 20 October 2006. bbc.co.uk. BBC

সম্পৰ্কিত শ্ৰেণী

জলকীয়াগুল্মঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগা মৰিচ” প্ৰবন্ধৰ সংশোধন ৫৪০৫৫১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।