প্ৰাৰ্থনা শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু গৱেষক৷ বৰ্তমান গুৱাহাটী আই আই টিত গৱেষণাৰত৷১।
প্ৰকাশিত গ্ৰন্থ
- যাত্ৰা এনেকৈয়ে, ২০০৮, গল্প সংকলন১
- প্লেটফৰ্মত এতিয়া কোনো নাই, উপন্যাস
- জঁটাধাৰী, উপন্যাস
- ফাৰাও,উপন্যাস
বঁটা আৰু সন্মান
- চন্দ্ৰপ্ৰসাদ শইকীয়া সোঁৱৰণী গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা, ২০০৬
- কথা বৈভৱ বঁটা, ২০০৯
- সাহিত্য একাডেমি যুৱ বঁটা, ২০১৬, জঁটাধাৰী উপন্যাসৰ বাবে১
তথ্যসূত্ৰ
- ↑ প্ৰকাশ, জুলাই, ২০১৮, পৃষ্ঠা-১৩৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাৰ্থনা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪৩৫৩৫৫ (৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।