অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰবীণ তোগড়িয়া

প্ৰবীণ তোগড়িয়া (গুজৰাটী উচ্চাৰণ: [Praviṇa tōgaḍiyā]; জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু হিন্দু জাতীয়তাবাদৰ অধিবক্তা। পেচাত এগৰাকী চিকিৎসক হ’লেও তেওঁ ২২ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে আৰু কিছুদিন পিছতেই আন্তৰ্জাতিক কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হয়।

হালনাগাদ: ৮ অক্টোবৰ ২০২৩ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰবীণ তোগড়িয়া (গুজৰাটী উচ্চাৰণ: [Praviṇa tōgaḍiyā]; জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু হিন্দু জাতীয়তাবাদৰ অধিবক্তা। পেচাত এগৰাকী চিকিৎসক হ’লেও তেওঁ ২২ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে আৰু কিছুদিন পিছতেই আন্তৰ্জাতিক কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হয়। বৰ্তমান তেওঁ এই পৰিষদৰ সভাপতি আৰু নৰেন্দ্ৰ মোডীৰ মুখ্য সমালোচক।১২

ব্যক্তিগত জীৱন

প্ৰবীণ তোগড়িয়াই গুজৰাটৰ অমৰেলি জিলাৰ এটি কৃষক পৰিয়ালত৩ জন্মগ্ৰহণ কৰিছিল। ১০ বছৰ বয়সত তেওঁ মাক-দেউতাকৰ সৈতে আহমেদাবাদলৈ আহে আৰু তাতে ৰাষ্ট্ৰীয় স্বংয়সেৱক সংঘত যোগদান কৰে। তেওঁ চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু চাৰ্জাৰী বিষয়ত স্নাতকোত্তৰ। ১৪ বছৰ এজন চাৰ্জন হিচাপে তেওঁ কাম কৰিছিল। তেওঁ নিজৰ বলত আহমেদাবাদত ধন্বন্ত্ৰি হস্পিটেল নাম দি এখন চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ Sangh Parivar has become personality-oriented, political: Togadia. The Week
  2. ↑ Siraj Qureshi. (22 January 2019). Modi never sold tea, just a gimmick to gain sympathy, says Praveen Togadia - Elections News. India Today
  3. ↑ (16 January 2018). कभी तूती बोलती थी तोगड़िया की, आज आंखों में आंसू-एनकाउंटर का डर. Aaj Tak
  4. ↑ Profiles of new committee, Dec 2011. Vishva Hindu Parishad
  5. ↑ (28 May 2004). India – Togadia may be deprived of medical degree. The Milli Gazette

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণ তোগড়িয়া” প্ৰবন্ধৰ সংশোধন ৩৮৬৩৭৬ (৮ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।