অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পল্লৱী গুঙ্গাৰাম

পল্লৱী গুঙ্গাৰাম (জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩), পল্লৱী ৰাম নামেও পৰিচিত, এগৰাকী মৰিছাছৰ সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৩ উপাধি লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পল্লৱী গুঙ্গাৰাম (জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩), পল্লৱী ৰাম নামেও পৰিচিত, এগৰাকী মৰিছাছৰ সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৩ উপাধি লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল। পল্লৱী গুঙ্গাৰামে ২০২১ চনৰ আৰম্ভণিতে মুক্তি লাভ কৰা স্বাধীন চিনেমা Ocracoke-ত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে।১

প্ৰাৰম্ভিক জীৱন

পল্লৱী গুঙ্গাৰাম বৰ্তমান মৰিছাছ বিশ্ববিদ্যালয়ত মনোবিজ্ঞানত স্নাতক (সম্মান) অধ্যয়ন কৰি আছে, লগতে IGCIC-ত যোগাসনত ডিপ্লোমা লাভৰ বাবে অধ্যয়ন কৰি আছে।২

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ মৰিছাছ ২০১৩

পল্লৱী গুঙ্গাৰাম মিছ মৰিছাছ ২০১৩ উপাধি বিজয়ী হয়। ২০১৩ চনৰ ২৯ জুন তাৰিখে ভাকোৱাছ-ফিনিক্সৰ Johnson & Johnson Auditorium-ত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত তেওঁ বিজয়ী হয়।

মিছ ইউনিভাৰ্স ২০১৪

পল্লৱীয়ে মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিব পৰা নাছিল।

তথ্যসূত্ৰ

  1. ↑ (2020-11-25). Vampire Film Puts Spotlight on Ocracoke. Coastal Review
  2. ↑ (2013-05-27). Miss Mauritius 2013: Candidates Are Revealed. Business.mega.mu

সম্পৰ্কিত শ্ৰেণী

মডেলঅভিনেত্ৰীমৰিছাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল্লৱী গুঙ্গাৰাম” প্ৰবন্ধৰ সংশোধন ৪৯৮০৩৫ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।