অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নীলাচল (বাতৰি কাকত)

নীলাচল (Nilachal) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন বাতৰি কাকত। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক।

হালনাগাদ: ২৯ মে’ ২০২১ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নীলাচল (Nilachal) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন বাতৰি কাকত। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক।১ পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা দৈনিক বাতৰি, নতুন অসমীয়া, প্ৰকাশ (আলোচনী), সাতসৰী (আলোচনী) আদি যি সমূহ কাকত-আলোচনী আছে; তাৰ মাজত নীলাচলৰ স্থান উল্লেখযোগ্য।২

প্ৰকাশ

নীলাচল কাকতখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬২ চনত। ২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ ষ্টাফ ৰিপৰ্টাৰ. (১৩ মে', ২০২১). মহাজীৱনৰ অস্তৰাগ. অসমীয়া প্ৰতিদিন
  2. ↑ প্ৰতাপ বৰদলৈ. (অক্টোবৰ, ২০১২). ইতিহাসৰ পাতত অসমৰ সংবাদ আৰু সাংবাদিকতা. অসম প্ৰকাশন পৰিষদ. পৃ. ৩৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাচল (বাতৰি কাকত)” প্ৰবন্ধৰ সংশোধন ২৭৯৫৫৩ (২৯ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।