নিৰঞ্জনাবেন মুকুলভাই কলাৰ্থী: Niranjanaben Mukulbhai Kalarthiএগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ। ২০২২ চনত ২০২১ চনৰ নাৰী শক্তি পুৰস্কাৰ সন্মানেৰে সন্মানিত হৈছিল।
কৰ্ম জীৱন
গুজৰাটী ভাষাত মুকুলভাই কলাৰ্থী নামেৰে লিখি কালাৰ্থীয়ে জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ বিষয়ে বা আনে বাপু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে গুজৰাটনা শিৰচত্ৰ চৰ্দাৰ নামৰ গ্ৰন্থ প্ৰকাশ কৰে।১
কলাৰ্থী বৰদালিৰ স্বৰাজ আশ্ৰমৰ প্ৰশাসক আৰু বৰদালি সত্যগ্ৰহত উপস্থিত আছিল।২তেওঁ গান্ধীৰ ৰচনা প্ৰকাশ কৰা নৱজীৱন ট্ৰাষ্টৰ ট্ৰাষ্টীও।৩ কলাৰ্থীয়ে গুজৰাটী ভাষাৰ প্ৰচাৰ কৰা গোট প্ৰতিষ্ঠা কৰিছে। আৰু এই ব্যতিক্ৰমী কামৰ স্বীকৃতি স্বৰূপে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সহযোগত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰাম নাথ কোৱিন্দৰ দ্বাৰা ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ২০২২ চনত ২০২১ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।১তেওঁ কৰ্মদক্ষতাৰ বাবে ১৯৮৯ চনত ৰাষ্ট্ৰীয় শিক্ষক বঁটাও লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle Magazine
- ↑ (8 September 2021). Greenman Viral Desai Celebrated Gandhi Jayanti by Conducting a Satyagraha at Sardar Ashram. ED Times
- ↑ Khan, Saeed; Chauhan, Ashish. (1 June 2017). Navajivan to publish popular literature. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰঞ্জনাবেন মুকুলভাই কলাৰ্থী” প্ৰবন্ধৰ সংশোধন ৫০১৮২১ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।