অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নিবন্ধ ঊনবিংশ (গ্ৰন্থ)

নিবন্ধ ঊনবিংশ এখন প্ৰবন্ধধৰ্মী সমালোচনামূলক গ্ৰন্থ৷ গ্ৰন্থখনৰ লিখক যোগেন্দ্ৰনাৰায়ণ ভূঞা৷ ২০০৭ চনৰ নৱেম্বৰ মাহত অসম প্ৰকাশন পৰিষদৰপৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয়৷ গ্ৰন্থখনত সৰ্মমুঠ ১৯ টা প্ৰবন্ধ আছে৷

হালনাগাদ: ২৭ আগষ্ট ২০২৩ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

নিবন্ধ ঊনবিংশ এখন প্ৰবন্ধধৰ্মী সমালোচনামূলক গ্ৰন্থ৷ গ্ৰন্থখনৰ লিখক যোগেন্দ্ৰনাৰায়ণ ভূঞা৷ ২০০৭ চনৰ নৱেম্বৰ মাহত অসম প্ৰকাশন পৰিষদৰপৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয়৷ গ্ৰন্থখনত সৰ্মমুঠ ১৯ টা প্ৰবন্ধ আছে৷১

অধ্যায় সমূহ

  • আনন্দৰাম ঢেকিয়াল ফুকন আৰু তেওঁৰ সমকালীন অসম
  • আধুনিক অসমীয়া ভাষা-সাহিত্য আৰু মিছনেৰীসকল
  • ঊনবিংশ শতিকাত নগাঁৱৰ নাট্য-পৰিৱেশ
  • জোনাকীৰ প্ৰসঙ্গত
  • বাঁহী
  • জোনাকী,বাঁহী আৰু বেজবৰুৱা
  • অসম সাহিত্য সভা
  • অসম সাহিত্য সভা আৰু বেজবৰুৱা
  • গ্ৰন্থৰ বৰ্তমান আৰু অসম সাহিত্য সভাৰ গ্ৰন্থ-আন্দোলন
  • অসমীয়াৰ ভাৰত-চেতনাঃ আভাস
  • কেইখনমান অসমীয়া কাকত-আলোচনীৰ ভূমিকা
  • বেজবৰুৱাৰ-প্ৰতিষ্ঠাপনত মহেশ্বৰ নেওগ
  • কীৰ্তন ঘোষা আৰু নামঘোষাৰ তাত্ত্বাৰ্থ
  • যজ্ঞেশ্বৰ শৰ্মাৰ সংস্কৃত ভেটি আৰু ৰচনাৰীতি
  • দুখন ক্ষেত্ৰত মহেশ চন্দ্ৰ দেৱগোস্বামী
  • চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ‘পিতৃ-ভিঠা
  • বুঢ়ী আইৰ সাধু
  • এটি সাঁথৰৰ কথা

তথ্যসূত্ৰ

  1. ↑ যোগেন্দ্ৰনাৰায়ণ ভূঞা. (২০০৭). ঊনবিংশ শতিকা. পৃ. আগকথা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিবন্ধ ঊনবিংশ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৭৫৯৫৯ (২৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।