অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দাই জনগোষ্ঠী

দাই জনগোষ্ঠী হৈছে চীনৰ য়ুন্নান প্ৰদেশৰ চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত আৰু দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তত বাস কৰা কেইবাটাও টাই জাতিৰ ঠাল। চীনৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ৫৬টা নৃগোষ্ঠীয় গোটৰ ভিতৰত দাই জনগোষ্ঠী অন্যতম।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

দাই জনগোষ্ঠী হৈছে চীনৰ য়ুন্নান প্ৰদেশৰ চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত আৰু দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তত বাস কৰা কেইবাটাও টাই জাতিৰ ঠাল। চীনৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ৫৬টা নৃগোষ্ঠীয় গোটৰ ভিতৰত দাই জনগোষ্ঠী অন্যতম। সম্প্ৰসাৰণৰ দ্বাৰা, এই শব্দটো বহুলভাৱে লাওছ, ভিয়েটনাম, থাইলেণ্ড আৰু ম্যানমাৰত বাসকৰা টাই-য়াই জনগোষ্ঠী, লু, চীনা ছান, টাই ডাম, টাই খাও বা আনকি সকলো টাই জাতিৰ বাবেও ব্যৱহাৰ হ'ব পাৰে।

টাই উপগোষ্ঠীসমূহ

চীনাপিনয়িনটাই লুটাই নুয়াথাইপৰম্পৰাগতএলেকা
傣泐 (西雙版納傣族自治州)Dǎilè (Xīshuāngbǎnnà Dǎi)ไทลื้อটাই লুচিপছংপান্না টাই স্বায়ত্তশাসিত প্ৰশাসনিক অঞ্চল, লাওচ, থাইলেণ্ড, বাৰ্মা, ভিয়েটনাম
傣那 (德宏傣)Dǎinà (Déhóng Dǎi)ไทเหนือ, ไทใต้คง, ไทใหญ่টাই নুয়া (উত্তৰ টাই, উজনি টাই, চীনা ছান, টাই য়াই)দেহং বাৰ্মা, থাইলেণ্ড
傣擔Dǎidānไทดำ, ลาวโซ่ง, ไททรงดำটাই ডামজিনপিং (লাওচ, থাইলেণ্ড)
傣繃Dǎibēngไทเบิ้ง, ไทมาว, ไทใหญ่টাই পংৰুইলি, গেংমা, লিনকাং আৰু মেকং
傣端Dǎiduānไทขาวবগা টাই, তাই ডন (তাই খাও, তাই কাও, তাই ডন, দাই কাও, বগা দাই, ৰেড টাই, তাই ব্লাঙ্ক, তাই কাওজিনপিং
傣雅Dǎiyǎไทหย่าটাই য়া (তাই কুং, কুং, ইয়া)জিনপিং, য়ুয়ানজিয়াং
傣友Dǎiyǒuไทโยวটাই য়'য়ুয়ানয়াং (ৰঙা নদী)
* lit. "Lao [wearing] black trousers"

সম্পৰ্কিত শ্ৰেণী

টাই জাতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাই জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৫০৩৯৫৪ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।