অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ত্ৰিপুৰাৰ জিলাসমূহ

ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২০ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।

শাসন প্ৰণালী

ত্ৰিপুৰাৰ প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।

জিলাসমূহ

ক'ড১</small>জিলাসদৰজনসংখ্যা <small>(২০১১)২মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (প্ৰতি বৰ্গ কিমি)২ৱেবছাইট
DHধলাইআম্বাচা৩৭৭,৯৮৮২,৪০০১৫৭dhalai.gov.in
GMগোমতীউদয়পুৰ৪,৩৬,৮৬৮১৫২২.৮২৮৭gomati.nic.in
KHখোৱাই৩খোৱাই৩,২৭,৩৯১১০০৫.৬৭৩২৬khowai.nic.in
NTউত্তৰ ত্ৰিপুৰাধৰ্মনগৰ৪,১৫,৯৪৬১৪৪৪.৫২৮৮northtripura.gov.in
SPচিপাহীজলা৪বিশ্ৰামগঞ্জ৪,৮৪,২৩৩১০৪৪.৭৮৪৬৩sepahijala.nic.in
STদক্ষিণ ত্ৰিপুৰাবেলুনিয়া৪,৩৩,৭৩৭১৫৩৪.২২৮৩southtripura.nic.in
UKঊনকোটি৫কৈলাচহৰ২,৭৭,৩৩৫৫৯১.৯৩৪৬৯unakoti.nic.in
WTপশ্চিম ত্ৰিপুৰাআগৰতলা৯,১৭,৫৩৪৯৪২.৫৫৯৭৩westtripura.nic.in

তথ্যসূত্ৰ

  1. ↑ (18 August 2004). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
  2. ↑ Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census. 2011 census of India
  3. ↑ খোৱাই জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।
  4. ↑ চিপাহীজলা জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।
  5. ↑ ঊনকোটি জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰাভাৰতৰ জিলাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিপুৰাৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ২৫৬৩৩৭ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।