ত্ৰিপুৰা
১৪ প্ৰবন্ধ
-
ত্ৰিপুৰা
ত্ৰিপুৰা (Tripura) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ই ভাৰতৰ সাতভনী ৰাজ্যৰ মাজত মাটিকালিৰ ফালৰপৰা তৃতীয়তম সৰু ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ৪০৫১ বৰ্গ কিঃমিঃ। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। অসম আৰু মিজোৰাম ইয়াৰ উত্তৰ দিশত অৱস্থিত। ইয়াৰ ৰাজধানী হৈছে আগৰতলা।
-
ককবৰক ভাষা
ককবৰক ভাষা ( তিপ্ৰকাক বা ত্ৰিপুৰী ভাষা বুলিও জনা যায়) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী লোকসকলৰ মাতৃভাষা৷ ককবৰক শব্দটো দুটা অংশ লগ হৈ গঠিত। কক মানে "ভাষা" আৰু বৰকৰ অৰ্থ "মানুহ", বিশেষকৈ ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক শব্দৰ অৰ্থ ত্ৰিপুৰী মানুহৰ ভাষা।
-
ৰুদ্ৰসাগৰ হ্ৰদ
ৰুদ্ৰসাগৰ হ্ৰদ (Rudrasagar Lake) বা টুইজিলিক্মা ভাৰতৰ ত্ৰিপুৰাৰ মেলাঘৰত অৱস্থিত এক জলাশয়। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে জৈৱ-বৈচিত্ৰ্য আৰু আৰ্থ-সামাজিক গুৰুত্বৰ ভিত্তিত ৰুদ্ৰসাগৰক সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ ভিতৰত অন্যতম হিচাপে…
-
ত্ৰিপুৰ সুন্দৰী মন্দিৰ
ত্ৰিপুৰ সুন্দৰী মন্দিৰ (Tripura Sundari Temple) হৈছে ত্ৰিপুৰ সুন্দৰী দেৱীৰ এটা হিন্দু মন্দিৰ। এই দেৱীক স্থানীয়ভাৱে দেৱী ত্ৰিপুৰেশ্বৰী বুলি জনা যায়। ত্ৰিপুৰ সুন্দৰী পাৰ্বতীৰ তৃতীয় মহাবিদ্যা আৰু মুখ্য ৰূপ বুলি ধৰা হয়।
-
ত্ৰিপুৰাৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।
-
উজ্জয়ন্ত প্ৰসাদ
উজ্জয়ন্ত প্ৰসাদ হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক সংগ্ৰহালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ পূৰ্বৰ ৰাজকীয় প্ৰসাদ। এই ৰাজপ্ৰসাদটো ১৯০১ চনত মহাৰাজ ৰাধা কিশোৰ মণিক্যই নিৰ্মাণ কৰিছিল। ১৯৭৩ চনৰ পৰা ২০১১ চনলৈ ইয়াক ৰাজ্যিক আইনসভা অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
-
ঊনকোটি
ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী।
-
খাৰচী পূজা
খাৰচী পূজা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পূৰাণখ্যাত ত্ৰিপুৰা ৰাজ্যৰ উৎসৱ৷ এই পূজা প্ৰতি বছৰ আহাৰ মাহৰ শুক্লাষ্টমী তিথিৰ পৰা আগৰতলাত থকা “চতুৰ্দশ মন্দিৰ’’ত অনুষ্ঠিত হয়৷ এই পূজাৰ আঁৰত এক পৌৰাণিক কাহিনী আছে৷ সেইটো হ’ল, কাছাৰ ৰাজ্যৰ ৰজা আছিল ত্ৰিলোচন৷ ত্ৰিলোচনে মৃত্যুৰ আগমূহূৰ্তত ডাঙৰ ৰাজকুমাৰ দ্ৰিকপতিক…
-
জামাতিয়া সম্প্ৰদায়
জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যৰ উপ-জনজাতি সমুহৰ ভিতৰত তৃতীয় বৃহৎ উপ জনজাতি। জামাতিয়া শব্দৰ মুল জামাত শব্দৰ অৰ্থ হল সংগ্ৰহ। পিছত তেওঁলোকে জামাতক জামাতিয়া লৈ নামাকৰণ কৰে। জামাতিয়া সম্প্ৰদায়ৰ লোক এতিয়াও নিজৰ সম্প্ৰদায়ৰ নিয়ম অনুসৰি একত্ৰিত হৈ থাকে।
-
ত্ৰিপুৰা (দেশীয় ৰাজ্য)
ত্ৰিপুৰা ৰাজ্য বা হিল তিপ্পেৰা (Tripura state) ব্ৰিটিছ ভাৰতৰ আৰু ব্ৰিটিছৰ বিদায়ৰ পিছতো প্ৰায় দুবছৰ অস্তিত্ব থকা ভাৰতৰ এখন দেশীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল মাণিক্য বংশৰ আছিল আৰু ১৯৪৭ চনৰ আগষ্ট মাহলৈকে ৰাজ্যখন ব্ৰিটিছৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ আছিল, যাৰ পৰা ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ৰ দ্বাৰা…
-
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
এইখন তালিকাত উত্তৰ-পূব ভাৰতৰ ৰাজ্য ত্ৰিপুৰাৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য দিয়া হৈছে।
-
নীৰমহল
নীৰমহল যাক টুইজিলিকমা নুয়ুং অৰ্থাৎ'জল প্ৰাসাদ' বুলিও জনা যায়। নীৰমহল হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা প্ৰাক্তন ৰাজকীয় প্ৰাসাদ। এই নীৰমহলটো ১৯৩০ চনত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মাণ কৰিছিল।এই মহলটো ভাৰতৰ আটাইতকৈ ডাঙৰ পানীৰ প্ৰাসাদ।
-
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় (এম.বি.বি. বিশ্ববিদ্যালয়) এখন ৰাজ্যিক বিশ্ববিদ্যালয়।বিশ্ববিদ্যালয়খন ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত অৱস্থিত।বিশ্ববিদ্যালয়খন ত্ৰিপুৰী ৰাজ্যৰ শেষ শাসক ৰজা বীৰ বিক্ৰম কিশোৰ দেৱবৰ্মাৰ নামেৰে নামকৰণ কৰা হৈছে।
-
লুছাই পাহাৰ
লুছাই পাহাৰ (বৰ্তমান মিজো পাহাৰ বুলি কোৱা হয়) উত্তৰ-পূব ভাৰতৰ পাটকাই-আৰাকান যোমা পৰ্বতমালাত এটা পাহাৰীয়া অঞ্চল গঠন কৰা এটা পাহাৰ। এই পাহাৰটো বৰ্তমান মিজোৰাম ৰাজ্যত অৱস্থিত।