অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম

চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।

হালনাগাদ: ২১ মে’ ২০২৫ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।১

কৰ্ম পৰিসৰ

•এলোপেথিক, আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসা আৰু পেৰামেডিকেল বিজ্ঞানৰ দৰে বিভিন্ন ধাৰাত চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞতাক প্ৰসাৰ কৰা।

•সঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন চিকিৎসালয়ৰ জৰিয়তে অসমৰ ৰাইজলৈ স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ প্ৰসাৰ কৰা।

•সঠিক পৰিকল্পনাৰ জৰিয়তে চিকিৎসা শিক্ষাৰ বিকাশ বৰ্তাই ৰখা।

•অসমত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণাক প্ৰসাৰিত কৰা

•সঞ্চালকালয়ৰ অধীনৰ বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে চিকিৎসা বিজ্ঞানত মানৱ সম্পদ বিকাশ

•এই সঞ্চালকালয়ৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য শিক্ষানুষ্ঠানৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লমা আৰু ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰমৰ প্ৰশাসনিক নিয়ন্ত্ৰণ।

•ইয়াৰ অধীনত থকা সকলো কলেজ আৰু চিকিৎসালয়ৰ ওপৰত প্ৰশাসনিক নিয়ন্ত্ৰণ।২

তথ্যসূত্ৰ

  1. ↑ Who We Are. Directorate of Medical Education, Assam. Government of Assam
  2. ↑ What We Do. Directorate of Medical Education, Assam

সম্পৰ্কিত শ্ৰেণী

শিক্ষাভাৰতৰ শিক্ষাঅসমৰ শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম” প্ৰবন্ধৰ সংশোধন ৫১০৮৮২ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।