অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টনি জোছেফ

টনি জোছেফ (Tony Joseph) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। তেখেত বিজনেছ ৱৰ্ল্ড নামৰ আলোচনীখনৰ প্ৰাক্তন সম্পাদক। তেখেত বেষ্ট-চেলিং কিতাপ আৰ্লি ইণ্ডিয়ানছ্ (Early Indians, ২০১৮)ৰ লেখক। ২০১৮ চন পৰ্যন্ত তেখেত মাইণ্ডৱৰ্কছ গ্লোবেল মিডিয়া ছাৰ্ভিছেছ নামৰ প্ৰতিষ্ঠানটোৰো অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাতা আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

টনি জোছেফ (Tony Joseph) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। তেখেত বিজনেছ ৱৰ্ল্ড নামৰ আলোচনীখনৰ প্ৰাক্তন সম্পাদক।১২৩৪ তেখেত বেষ্ট-চেলিং কিতাপ আৰ্লি ইণ্ডিয়ানছ্ (Early Indians, ২০১৮)ৰ লেখক।৫৬৭ ২০১৮ চন পৰ্যন্ত তেখেত মাইণ্ডৱৰ্কছ গ্লোবেল মিডিয়া ছাৰ্ভিছেছ নামৰ প্ৰতিষ্ঠানটোৰো অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাতা আছিল।৮৯ তেখেত নতুন দিল্লীৰ নিবাসী।১০১১ প্ৰায় তিনি দশকৰো অধিক কাল টনি জোছেফ সাংবাদিকতাৰ লগত জড়িত হৈ আছে। এইখিনি সময়তে তেখেতে দ্য ইক'নমিক টাইমছ্, বিজিনেছ ষ্টেণ্ডাৰ্ড আৰু বিজিনেছ ৱৰ্ল্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ বিভিন্ন প্ৰবন্ধ-নিবন্ধ দ্য হিন্দু, আউটলুক, কোৱাৰ্টজ্ আৰু মিণ্টত প্ৰকাশিত হৈছে।১২১৩১৪

তেখেতৰ গ্ৰন্থ আৰ্লি ইণ্ডিয়ানছ্ৰ (Early Indians) মূল আধাৰ হৈছে প্ৰাক্-ঐতিহাসিক জনপ্ৰব্ৰজন আৰু সেই জনপ্ৰব্ৰজনৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰতৰ জনসংখ্যাৰ ছবি,১৫১৬ লগতে ২০০০ খ্ৰীষ্টপূৰ্বৰ পৰৱৰ্তী সময়ৰ জনপ্ৰব্ৰজন।১৭১৮১৯

জোছেফে নিজকে এগৰাকী নাস্তিক হিচাপে চিহ্নিত কৰে।২০

প্ৰকাশিত কৰ্ম

তথ্যসূত্ৰ

  1. ↑ A Nation, And A Magazine, On The Rise
  2. ↑ The writer is a former editor of ‘Businessworld’ magazine
  3. ↑ The real reason Indian intellectuals are backing Narendra Modi
  4. ↑ Race is a meaningless word: Tony Joseph
  5. ↑ The first Indians
  6. ↑ Where Do We Actually Come From? ‘Early Indians’ Author Explains
  7. ↑ Horse sense on Harappa: An excerpt from Tony Joseph’s book “Early Indians”
  8. ↑ Businessworld Editor Tony Joseph moves to Mindworks Global Media Services as CEO and Co-Founder
  9. ↑ Company Overview of Mindworks Global Media Services Pvt. Ltd.
  10. ↑ Quartz Contributor
  11. ↑ Beyond Stones and More Stones: Defining Indian Prehistoric Archaeology Volume 1 review: Looking for lost footprints
  12. ↑ Getting to know the Andamanese
  13. ↑ 'Who We Are and How We Got Here' review: The reshaping of human history
  14. ↑ Why Christianity Failed in India
  15. ↑ Video The story of our ancestors and where we came from: A masterclass with author Tony Joseph
  16. ↑ The x, y and gene of pre-historic India
  17. ↑ ‘We are a multisource civilisation, not unisource’: Tony Joseph
  18. ↑ ‘Journey of a Civilization: Indus to Vaigai’ review: The route from Harappa to Keezhadi
  19. ↑ Harappan meat-eaters, Lutyens' vegetarians
  20. ↑ Tony Joseph on Twitter. Twitter

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিকভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টনি জোছেফ” প্ৰবন্ধৰ সংশোধন ৬৩৭১৮৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।