অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জোনাক (দূৰদৰ্শন কেন্দ্ৰ)

জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী চেনেল হ'ল ডিৱাই ৩৬৫।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী চেনেল হ'ল ডিৱাই ৩৬৫।১

প্ৰচাৰিত অনুষ্ঠান

বৰ্তমান প্ৰচাৰিত

অনুষ্ঠানদিনসময়
মৰমৰ পত্নীসোমবাৰ - শুক্ৰবাৰৰাতি ৮ বজাত
হেল্ল বছৰাতি ৮ বাজি ৩০ মিনিট
অনামিকাৰাতি ৯ বজাত
অৰ্ধ অকাশৰাতি ৯ বাজি ৩০ মিনিটত
ঘৰ জোঁৱাইৰাতি ১০ বজাত

পূৰ্বে প্ৰচাৰিত

  • মায়াবিনীৰ মৰম
  • ভোজন বিহাৰ
  • এজাক সপোন যেন বৰষুণ

তথ্যসূত্ৰ

  1. ↑ Jonack TV channel available on GSAT-30. freelivetv.org

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলঅসমৰ প্ৰচাৰ মাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাক (দূৰদৰ্শন কেন্দ্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৯৭৯৭ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।