অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জুহি ফুল

জুহি ফুল হৈছে অ’লেচিয়া পৰিয়ালৰ অন্তৰ্গত জেছ্‌মিনৰ এটা প্ৰজাতি। ইয়াক ভাৰত, নেপাল, শ্ৰীলংকা, ভুটান আৰু আন্দামান দ্বীপপুঞ্জত পোৱা যায়। ইয়াৰ ফুলত থকা অতি দৰকাৰী তেলৰ বাবে ভাৰত আৰু থাইলেণ্ডত ইয়াৰ ব্যৱসায়িকভাৱে কৃষি কৰা হয়। ভাৰতত ইয়াক সৌন্দৰ্য বৰ্দ্ধন আৰু উৎসৱত ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
Rain drops on jasmine bud
Rain drops on jasmine budছবি: Sumita Roy Dutta · CC BY-SA 4.0

জুহি ফুল হৈছে অ’লেচিয়া পৰিয়ালৰ অন্তৰ্গত জেছ্‌মিনৰ এটা প্ৰজাতি। ইয়াক ভাৰত, নেপাল, শ্ৰীলংকা, ভূটান আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পোৱা যায়।১২ ইয়াৰ ফুলত থকা অতি দৰকাৰী তেলৰ বাবে ভাৰত আৰু থাইলেণ্ডত ইয়াৰ ব্যৱসায়িকভাৱে কৃষি কৰা হয়। ভাৰতত ইয়াক সৌন্দৰ্য বৰ্দ্ধন আৰু উৎসৱত ব্যৱহাৰ কৰা হয়। বঙালী ভাষা আৰু মাৰাঠী ভাষা ভাষাত ইয়াক "জুই" (JUI/जुई), ওড়িয়া ভাষাত যুই (ଯୁଇ) আৰু হিন্দী ভাষাত জূহী (जूही) বুলি কোৱা হয়।৩

ৰ চিতোৰত তোলা ছবি]]

নামকৰণ

'জেছ্‌মিনাম (Jasminum)' শব্দটো আৰবি শব্দ ‘য়াছমিন (yasemin)’ শব্দৰ লেটিন ৰূপ, যাৰ অৰ্থ হৈছে মিঠা গন্ধযুক্ত উদ্ভিদ।৪

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families, Jasminum auriculatum
  2. ↑ Vahl, Martin. 1794. Symbolae Botanicae 3:1
  3. ↑ Plant Resources of Southeast Asia proseanet.org/{{Dead link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ Gledhill, David (2008). "The Names of Plants". Cambridge University Press. (hardback), (paperback). pp 220

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুহি ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৮৭ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।