অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

জিমেইল

জিমেইল (Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা। ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে।

হালনাগাদ: ২৬ মে’ ২০২৬ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জিমেইল (Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ইমেইল সেৱা।১ ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল।২ কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল।৩ ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে।৪ এণ্ড্ৰইড সঁজুলিৰ গুগল প্লে' ষ্ট'ৰত ১০০ কোটি ইন্‌ষ্টল হোৱা প্ৰথম এপ্‌ হিচাপেও ই পৰিগণিত হৈছে।

জিমেইল ম'বাইল

জিমেইল ম'বাইল হৈছে জিমেইলৰ সেৱাৰ এটা অংশ। এইটো এটা বিনামূলীয়া সেৱা, যাৰ সহায়ত জিমেইলৰ সেৱা যিকোনো ম’বাইল ফোনৰ পৰা সুবিধা ল'ব পৰা যায়। ব্যৱহাৰকৰ্তা জনে ইয়াৰ সহায়তে মেইল লিখিব, পঢ়িব, উত্তৰ দিব, forward, mark unread, add a star, custom labels যোগ or trash কৰিব পাৰে। .

জিমেইল ম'বাইলৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰকৰ্তা জনৰ জিমেইল একাউণ্ট তথা ম'বাইলত নিম্নোলিখিত সুবিধাসূহ থকা প্ৰয়োজনীয়:

জিমেইল ম'বাইল ১৬ ডিচেম্বৰ,২০০৫ তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমান ই ৪০ টাৰো তাতোধিক ভাষাত সুবিধা প্ৰদান কৰে।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Teeter, Ryan. Google Apps For Dummies. পৃ. 3–27. ISBN 1-118-05240-4
  2. ↑ (April 1, 2004). Google Gets the Message, Launches Gmail. গুগল
  3. ↑ Matthew Glotzbach, Director, Product Management, Google Enterprise. (2009). Google Apps is out of beta (yes, really). Official Google Blog. Google
  4. ↑ Gmail Now Has More Than 1B Monthly Active Users – TechCrunch. techcrunch.com
  5. ↑ (13 December 2010). 你好, नमस्ते and bonjour to better mobile web Gmail. Google Mobile Blog

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইটগুগল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিমেইল” প্ৰবন্ধৰ সংশোধন ৬০৮৭৪৭ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।