অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জন ফ'ৰ্বছ্‌ নাশ্ব, কনিষ্ঠ

জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।

হালনাগাদ: ৩০ মাৰ্চ ২০২৩ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।

তেওঁৰ তত্ত্বসমূহ, যেনে নাশ্ব সাম্যাৱস্থাৰ ধাৰণা অৰ্থবিজ্ঞান, সংগণন, ইভল্যুশ্যনাৰী বায়লজি, কৃত্ৰিম বুদ্ধিমত্তা, একাউণ্টিং, ৰাজনীতিবিজ্ঞান আৰু সামৰিক তত্ত্ব আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বৰিষ্ঠ গৱেষক গণিতজ্ঞ হিচাবে কাৰ্য্যনিৰ্বাহ কৰা নাছে গেম থিয়'ৰিষ্ট ৰেইনহাৰ্ড ছেলটন আৰু জন হাৰ্চেনিল লগত যুটীয়াভাবে ১৯৯৪ চনৰ অৰ্থনীতিৰ ন'বেল সোঁৱৰণি বঁটা লাভ কৰে। ২০১৫ চনত তেওঁক লুই নিৰেণবাৰ্গৰ লগত নন লিনিয়াৰ পাৰ্চিয়েল ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ বিষয়ে কৰা কামৰ বাবে তেওঁক যুটীয়াভাৱে এবেল পুৰস্কাৰেৰে বিভূষিত কৰা হয়।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগণিতজ্ঞঅৰ্থনীতিৰ ন'বেল বঁটা বিজয়ীএবেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন ফ'ৰ্বছ্‌ নাশ্ব, কনিষ্ঠ” প্ৰবন্ধৰ সংশোধন ৩৫১৫৬২ (৩০ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।