এবেল বঁটা বিজয়ী
৪ প্ৰবন্ধ
-
জন ফ'ৰ্বছ্ নাশ্ব, কনিষ্ঠ
জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।
-
কাৰেণ উলেনবেক
কাৰেণ কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল।
-
ডেনিছ চুলিভান
ডেনিছ পাৰনেল চুলিভান (Dennis Parnell Sullivan, জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান গণিতজ্ঞ। তেওঁ বীজগণিতীয় ট'প'লজী, জ্যামিতিক ট'প'লজী আৰু গতিশীল প্ৰণালীৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত।
-
য়েভেচ মেয়াৰ
য়েভেচ এফ. মেয়াৰ'(Yves F. Meyer) (; জন্ম: ১৯ জুলাই ১৯৩৯) এজন ফ্ৰান্সৰ গণিতজ্ঞ। ১৯৩৯ চনৰ ১৯ জুলাই তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত তেওঁৰ জন্ম হয়। তেওঁ ৱেভলেট সূত্ৰৰ (wavelet theory) অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ বৰ্ষৰ এবেল বঁটা প্ৰদান কৰা হয়।