অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইস্থাৰ ডাফ্লো

ইস্থাৰ ডাফ্লো, (; জন্ম ২৫ ১৯৭২) এগৰাকী ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ আব্দুল লতিফ জামেল আসনৰ অধ্যাপক। তেওঁ আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেবৰ সহ প্ৰতিষ্ঠাপক আৰু সহনিৰ্দেশক।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইস্থাৰ ডাফ্লো, (; জন্ম ২৫ ১৯৭২) এগৰাকী ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ।১ তেওঁ বৰ্তমান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ আব্দুল লতিফ জামেল আসনৰ অধ্যাপক। তেওঁ আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেবৰ সহ প্ৰতিষ্ঠাপক আৰু সহনিৰ্দেশক।

তেওঁ এনবিইআৰৰ সহযোগী গৱেষক, অৰ্থনৈতিক বিশ্লেষণ গৱেষণা ব্যুৰ'ৰ সদস্য আৰু উন্নয়ন অৰ্থনীতি পৰিকল্পনাৰ অৰ্থনীত আৰু আঁচনি গৱেষণা কেন্দ্ৰৰ নিৰ্দেশক। তেওঁ, তেওঁৰ স্বামী অভিজিৎ বেনাৰ্জী আৰু মাইকেল ক্ৰেমাৰৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০১৯ চনৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২৩ অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো ন'বেল বঁটা লাভ কৰা ষষ্ঠ বিবাহিত দম্পতী। ইয়াৰ লগতে তেওঁ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা দ্বিতীয় মহিলা আৰু কনিষ্ঠতম ব্যক্তি।

তথ্যসূত্ৰ

  1. ↑ Esther Duflo Short Bio and CV
  2. ↑ (October 14, 2019). The Prize in Economic Sciences 2019. Royal Swedish Academy of Sciences
  3. ↑ Desk, The Hindu Net. (2019-10-14). Abhijit Banerjee among three to receive Economics Nobel. The Hindu

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিবিদফ্ৰান্সৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিঅৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইস্থাৰ ডাফ্লো” প্ৰবন্ধৰ সংশোধন ৩৮০১৩১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।