অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছৌকৰ জানকী

শংকৰমঞ্চী জানকী (Sankaramanchi Janaki; জন্ম: ১২ ডিচেম্বৰ ১৯৩১) তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক ব্যপকভাবে ছৌকৰ জানকী (Sowcar Janaki) বুলি জনা যায়। সাত দশকৰো অধিক সময়ৰ কৰ্মজীৱনত জানকীয়ে প্ৰায় ৩৯০খন ছবিত অভিনয় কৰিছে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শংকৰমঞ্চী জানকী (Sankaramanchi Janaki; জন্ম: ১২ ডিচেম্বৰ ১৯৩১) তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক ব্যপকভাবে ছৌকৰ জানকী (Sowcar Janaki) বুলি জনা যায়। সাত দশকৰো অধিক সময়ৰ কৰ্মজীৱনত জানকীয়ে প্ৰায় ৩৯০খন ছবিত অভিনয় কৰিছে। তাৰোপৰি ৩০০ৰো অধিক মঞ্চ অনুষ্ঠান কৰিছে। প্ৰাৰম্ভিক বছৰবোৰত তেওঁ এগৰাকী ৰেডিঅ’ শিল্পী আছিল। তেওঁ দুটা নন্দী বঁটা, এটা কলাইমামণি আৰু ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰে।১ তেওঁৰ সৰু ভনীয়েক কৃষ্ণ কুমাৰীও এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল।২

তেওঁক প্ৰথম কানাড়া পেন ইণ্ডিয়ান চলচ্চিত্ৰ মহিষাসুৰ মৰ্দিনীত ডা. ৰাজকুমাৰ সৈতে দেখা গৈছিল, যিখন ছবি ১৯৫৯ চনত মুক্তি পাইছিল আৰু ইয়াৰ ফলত তেওঁ আৰম্ভণি কালৰ অন্যতম বিশিষ্ট পেন ইণ্ডিয়ান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ (25 January 2022). Gen Bipin Rawat, Sowcar Janaki, Sundar Pichai, Satya Nadella among Padma awardees: Full list. The News Minute
  2. ↑ (3 February 2021). Did you know? The very first pan-Indian Kannada film is this 1959 classic starring Dr. Rajkumar. The Times of India
  3. ↑ Mary, S. B. Vijaya. (9 December 2021). Veteran actor Sowcar Janaki turns 90. The Hindu

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছৌকৰ জানকী” প্ৰবন্ধৰ সংশোধন ৪৮৩১০৪ (২৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।