অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ক্ৰণচ

ক্ৰ'ন'ছ বা ক্ৰণচ (Cronus বা Kronos) (Κρόνος Kronos) আছিল গ্ৰীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে টাইটানসকলৰ প্ৰথম পুৰুষৰ সৰ্বকনিষ্ঠ আৰু নেতা। টাইটান সমূহ গেইয়া (পৃথিৱী) আৰু ইউৰেনাচ অৰ্থাৎ আকাশৰ দৈৱিক বংশধৰ আছিল।

হালনাগাদ: ১৭ জুলাই ২০২৬ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ক্ৰ'ন'ছ বা ক্ৰণচ (Cronus বা Kronos)১ (Κρόνος Kronos) আছিল গ্ৰীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে টাইটানসকলৰ প্ৰথম পুৰুষৰ সৰ্বকনিষ্ঠ আৰু নেতা। টাইটান সমূহ গেইয়া (পৃথিৱী) আৰু ইউৰেনাচ অৰ্থাৎ আকাশৰ দৈৱিক বংশধৰ আছিল। তেওঁ নিজৰ পিতৃক সিংহাসনচ্যুত কৰে আৰু পাচত তেওঁৰেই সন্তান জ্যুচে তেওঁক সিংহাসনচ্যুত কৰি টাৰটাৰাচত বন্দী কৰি থয়।

বাহ্যিক সংযোগ

  • TheoiProject: Kronos in classical literature, a collection of translated source texts confirming most of the statements in this article.

তথ্যসূত্ৰ

  1. ↑ Andrew Lang habitually called him Cronos, a form neither Greek nor Latin, as Robert Brown observed in Semitic Influence in Hellenic Mythology, 1898:112-13

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰণচ” প্ৰবন্ধৰ সংশোধন ৬১৭৮১১ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।