কুলূঈ বা কুলৱী (টাকৰী লিপিত: 𑚊𑚰𑚥𑚷𑚱𑚃/𑚊𑚰𑚥𑚷𑚱𑚦𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
ধ্বনিতত্ত্ব
ব্যঞ্জনধ্বনি
| বাইলেবিয়েল | ডেণ্টেল | এল্ভিয়'লাৰ | ৰেট্ৰোফ্লেক্স | পেলেটেল | ভেলাৰ | ফেৰিঞ্জিয়েল | গ্লটেল | |||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| প্ল'চিভ | ||||||||||||
| এফ্ৰিকে'ট | ||||||||||||
| ফ্ৰিকেটিভ | লিপিবদ্ধ | |||||||||||
| নেজেল | ||||||||||||
| ট্ৰিল/ ফ্লেপ | ||||||||||||
| লেটাৰেল | ||||||||||||
| এপ্ৰক্ৰিমেণ্ট | j |
লিপি
এই ভাষা টাকৰী লিপিত লিখা হয়।

স্থিতি
কুলূঈ ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই এই ভাষাক 'নিশ্চিতভাৱে লুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল, কুলূঈ শিশুৱে এই ভাষাক মাতৃভাষা হিচাপে নিশিকা হৈছে।১
গ্ৰন্থৰ তালিকা
- (1975)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলূঈ” প্ৰবন্ধৰ সংশোধন ৩৫০০২০ (২২ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।