অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাজিৰঙা হস্তী মহোৎসৱ

কাজিৰঙা হস্তী মহোৎসৱ (Kaziranga Elephant Festival) হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কাজিৰঙা হস্তী মহোৎসৱ (Kaziranga Elephant Festival) হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে। অসম চৰকাৰৰ পৰ্যটন আৰু বন বিভাগে যুটীয়াকৈ এই উৎসৱৰ আয়োজন কৰে।.১২৩ শতাধিক ঘৰচীয়া হাতীয়ে এই উৎসৱত অংশগ্ৰহণ কৰে। হাতীবিলাকে ইয়াত আয়োজন কৰা বিভিন্ন দৌৰ, পেৰেড, ফুটবল আদি খেলত ভাগ লয়।.২৩

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Elephant Festival. North East India
  2. ↑ Elephant Festival – A Lifetime opportunity. Incredible Northeast India
  3. ↑ Elephant Festival. Bharat Online

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহমহোৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজিৰঙা হস্তী মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ৩৮০৪০৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।