কনক চন্দ্ৰ চহৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু ভাষা সাহিত্যৰ এগৰাকী আলোচক।
প্ৰকাশিত গ্ৰন্থ
- অসমীয়া সাহিত্যৰ বিচাৰ (১৯৯৬)
- অসমীয়া লোক সংস্কৃতিৰ ৰেঙণি (১৯৯৬)
- ছিপাঝাৰৰ সমাজ আৰু সংস্কৃতি (২০০৫)
- দৰঙী লোকসাহিত্যৰ ৰূপৰেখা (২০০৭)
- অসমীয়া লোক সাহিত্যৰ ৰহঘৰা (২০১৩)
- অসমীয়া সাহিত্যৰ সমীক্ষা (২০১৫)
- অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্য (২০১৫)
- অসমীয়া সংস্কৃতি অধ্যয়ন (২০১৬)
- পুৰণি অসমীয়া কাব্য (২০১৯)
- অসমীয়া লিপিৰ পৰিচয় (২০২০)
সম্পাদিত গ্ৰন্থ
- অসমৰ সংস্কৃতি সমীক্ষা, (২০০০)
- বৰদৌলগুৰিৰ বুৰঞ্জী আৰু সংস্কৃতি (২০০১)
- দৰং জেউতি: চতুৰ্থ খণ্ড (২০০২)
- দৰঙৰ পৰিৱেশ্য কলা (২০০৩)
- দৰঙৰ বসন্ত উৎসৱ দেউল (২০০৩)
- কীৰ্ত্তন ঘোষাৰ সমীক্ষাত্মক অধ্যয়ন (২০০৪)
- দৰঙী লোকগীত সংগ্ৰহ (২০০৫)
- ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ জীৱন আৰু সাধনা
(২০০৮)
- অসমৰ বাঁহ-সংস্কৃতি (২০১১)
- প্ৰাচ্যতত্ত্ববিদ ডক্টৰ মহেশ্বৰ নেওগ (২০১৪)
- শিয়ালা গোসাঁইৰ বংশাৱলী (২০১৫)
জীবনী গ্ৰন্থ
- হেডমাষ্টৰণী ৰোহেশ্বৰী
- বৰুৱাৰ জীৱন আৰু আদৰ্শ (২০১৫)
কবিতা সংকলন
- নিৰ্জনতাৰ গান (২০১৫)
তথ্য সংগ্ৰহ
gauhati.ac.in/member/kanak-chandra-saharia?aid=M
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনক চন্দ্ৰ চহৰীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৬০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।