অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এয়াৰচে'ল

এয়াৰচেল গোট (Aircel group)ভাৰতবৰ্ষৰ এটা ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

এয়াৰচেল গোট (Aircel group)ভাৰতৰ এটা ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়। এয়াৰচেল মালয়েছিয়াৰ মাস্কিছ কমিউনিকেছনছ বেৰহেদ আৰু সিন্দ্যা ছিকিউৰিটিছ এণ্ড্ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ এক যুগ্ম উদ্যম। মাস্কিছ কমিউনিকেছনছৰ ৭৪% অংশ থকা এয়াৰচেলৰ আনটো অংশীদাৰ সিন্দ্যা ছিকিউৰিটিছ এণ্ড ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ বৰ্তমানৰ শ্বেয়াৰ চেন্নাইৰ এপ'ল' হস্পিটেলছৰ গ্ৰুপৰ স্বত্বাধিকাৰ ৰেড্ডি পৰিয়ালৰ হাতত আছে। ১৯৯৯ চনত এয়াৰচেলৰ সেৱা আৰম্ভ হৈছিল আৰু বৰ্তমান ই তামিলনাডু, অসম, উত্তৰ-পূব ভাৰত আৰু চেন্নাইৰ শীৰ্ষস্থানীয় ম'বাইল সেৱা প্ৰতিষ্ঠান।

অন্যান্য তথ্য

নেটৱৰ্ক ক'ড

  • 40417 - পশ্চিম বংগ
  • 40425 - বিহাৰ
  • 40428 - উৰিষ্যা
  • 40429 - অসম
  • 40433 - উত্তৰ-পূৰ্বাঞ্চল
  • 40435 - হিমাচল প্ৰদেশ
  • 40437 - জম্মু আৰু কাশ্মীৰ
  • 40442 - তামিল নাডু
  • 40441 - চেন্নাই
  • 40491 - ক'লকাতা
  • 405800 - দিল্লী
  • 405801 - অন্ধ্ৰ প্ৰদেশ
  • 405802 - গুজৰাট
  • 405803 - কৰ্ণাটক
  • 405804 - মহাৰাষ্ট্ৰ
  • 405805 - মুম্বাই
  • 405806 - ৰাজস্থান
  • 405807 - হাৰিয়ানা
  • 405808 - মধ্য প্ৰদেশ
  • 405809 - কেৰালা
  • 405810 - উত্তৰ প্ৰদেশ (পূব)
  • 405811 - উত্তৰ প্ৰদেশ (পশ্চিম)
  • 405812 - পঞ্জাব

মেচেজ চেণ্টাৰৰ নম্বৰসমূহ

  • অন্ধ্ৰ প্ৰদেশ - +919700099060
  • অসম - +919854099060
  • বিহাৰ - +919854099060
  • চেন্নাই - +919841044446
  • দিল্লী - +919716099060
  • হিমাচল প্ৰদেশ - +919854099060
  • জম্মু আৰু কাশ্মীৰ- +919851099060
  • কৰ্ণাটোক - +919738099060
  • কেৰালা - +919809099060
  • ক'লকাতা - +919854099060
  • মুম্বাই - +919768099060
  • উত্তৰ-পূৰ্বাঞ্চল - +919854099060
  • উৰিষ্যা - +919854099060
  • ৰাজস্থান (জয়পুৰ) - +919782099060
  • তামিল নাডু- +919842201155
  • পশ্চিম বংগ - +919854099060
  • মহাৰাষ্ট্ৰ- +919762099060
  • উত্তৰ প্ৰদেশ (পূব) - +919807099060
  • উত্তৰ প্ৰদেশ (পশ্চিম) - +919808099060

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগকোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এয়াৰচে'ল” প্ৰবন্ধৰ সংশোধন ৩৮০২৮৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।