অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৰবী বৰ্ণমালা

আৰবী বৰ্ণমালা'(আৰবী আবজাদ; الأَبْجَدِيَّة العَرَبِيَّة আল্-আব্জাদীয়াহ্ আল্-ʻআৰবীয়াহ্ বা الحُرُوف العَرَبِيَّة আল্-হুৰুফ্ আল্-ʻআৰবীয়াহ্) হ'ল আৰবী আৰু কুৰ্দিচ ভাষা লিখাৰ বাবে বিশেষভাৱে সংহিতাকৃত আৰবী লিপি। ইয়াক সোঁফালৰ পৰা বাওঁফালে কাৰ্চিভ শৈলীত লিখা হয়, আৰু ইয়াত ২৮টা আখৰ অন্তৰ্ভুক্ত কৰা হৈছে।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৪ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

'আৰবী বৰ্ণমালা'(আৰবী আবজাদ; الأَبْجَدِيَّة العَرَبِيَّة আল্-আব্জাদীয়াহ্ আল্-ʻআৰবীয়াহ্ বা الحُرُوف العَرَبِيَّة আল্-হুৰুফ্ আল্-ʻআৰবীয়াহ্) হ'ল আৰবী আৰু কুৰ্দিচ ভাষা লিখাৰ বাবে বিশেষভাৱে সংহিতাকৃত আৰবী লিপি। ইয়াক সোঁফালৰ পৰা বাওঁফালে কাৰ্চিভ শৈলীত লিখা হয়, আৰু ইয়াত ২৮টা আখৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰবী বৰ্ণমালাক আবজাদ বুলি গণ্য কৰা হয়, আৰবী ভাষা লিখিবলৈ কেৱল ব্যঞ্জনবৰ্ণৰ প্ৰয়োজন হয়; স্বৰবৰ্ণৰ টোকাবলৈ ইয়াৰ বৈকল্পিক ব্যৱহাৰৰ বাবে ইয়াক অশুদ্ধ আবজাদ বুলি গণ্য কৰা হয়।১ আৰবী বৰ্ণমালাৰ এটা পৰিৱৰ্তিত সংস্কৰণ হ'ল পাৰ্চী লিপি। পাৰ্চী, উৰ্দু, পাস্তো, কিৰ্গিজ, উইঘুৰ, বালুচি, কাশ্মিৰী, পশ্চিম পঞ্জাবী, সিন্ধী আৰু ডোগ্ৰী ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ কৰা হয়। ছোমালি আৰু মালাগাছি ভাষা লিখিবলৈ কেতিয়াবা কেতিয়াবা আৰবী লিপি ব্যৱহাৰ কৰা হয়।

আৰবী বৰ্ণমালা
আৰবী বৰ্ণমালাছবি: The original uploader was Gaspard at German Wikipedia. · CC BY-SA 3.0

বৰ্ণমালা

+
غظضذخثتشرقصفعسنملكيطحزوهدجبا
গাইন (গ্)জোৱা (য্/জ্/জ্ব)দোৱাদ (দ্/দ্ব)যাল (য্)খা' (খ্)সা' (স্/ছ্)তা' (ত্)শীন (শ্)ৰা' (ৰ্)কফ (ক্/ক্ব/ক)ছোৱাদ (ছ্,স্)ফা' (ফ্)‘আইন (‘আ, ‘ই, ‘উ)সীন (স্)নুন (ন্)মিম (ম্)লাম (ল্)কাফ (ক্)ইয়া (য়্)তোৱা (ত্/ত্ব/ত)হা' (হ্)যা' (য্)ৱাৱ (ৱ্)হা (হ্)দাল (দ্/দ্ব্)জিম (জ্/জ্ব্)বা' (ব্)আলিফ (আ, ই, উ)
২৮২৭২৬২৫২৪২৩২২২১২০১৯১৮১৭১৬১৫১৪১৩১২১১১০৯৮৭৬৫৪৩২১

সংখ্যা

অসমীয়া সংখ্যা (অসমীয়া আৰু বাংলাত ব্যৱহৃত)আৰবী সংখ্যা (পৃথিৱীৰ বিভিন্ন ভাষাত ব্যৱহৃত)পূৰ্ব আৰবী সংখ্যা (আৰবীত ব্যৱহৃত)পৰিবৰ্তিত পূৰ্ব আৰবী সংখ্যা (পাৰ্চী আৰু উৰ্দুত ব্যৱহৃত)
০0٠۰۰
১1١۱۱
২2٢۲
৩3٣۳۳
৪4٤۴Urdu numeral four.svg
৫5٥۵۵
৬6٦۶Urdu numeral six.svg
৭7٧۷Urdu numeral seven.svg
৮8٨۸۸
৯9٩۹۹
১০10١٠۱۰۱۰

কি বোৰ্ড

Arabic Mac keyboard layout
Arabic Mac keyboard layoutছবি: Mohd212 · CC BY-SA 3.0
Arabic PC keyboard layout
Arabic PC keyboard layoutছবি: No machine-readable author provided. StuartBrady assumed (based on copyright cla · CC BY-SA 3.0
Intellark imposed on a QWERTY keyboard layout
Intellark imposed on a QWERTY keyboard layoutছবি: Mohsen Madi · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ Zitouni, Imed. (2014). Natural Language Processing of Semitic Languages. Springer Science & Business. পৃ. 15. ISBN 978-3642453588

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰবী বৰ্ণমালা” প্ৰবন্ধৰ সংশোধন ৪৫২৫৬৭ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।