বৰ্ষা প্ৰিয়দৰ্শিনী (জন্ম ৭ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বাংলা চলচ্চিত্ৰতো কাম কৰিছে।
তেওঁ তেওঁৰ সমাজসেৱামূলক প্ৰতিষ্ঠান সন্মানিতাৰ জৰিয়তে দৰিদ্ৰ শিশুসকলৰ শিক্ষাৰ লগতে মহিলাৰ ক্ষমতায়নৰ ক্ষেত্ৰত কাম কৰে।
চলচ্চিত্ৰৰ তালিকা
| + | |||
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | ভাষা |
|---|---|---|---|
| ২০০১ | বাজী | ওড়িয়া ভাষা | |
| ২০০৩ | এ যুগৰ কৃষ্ণ সুদামা | ওড়িয়া | |
| ২০০৩ | সাবতা মা | ওড়িয়া | |
| ২০০৫ | ততে মো ৰাণ | ওড়িয়া | |
| ২০০৫ | তু মো আঁখিৰ তাৰা | ওড়িয়া | |
| ২০০৫ | থেংক ইউ ভগৱান | ওড়িয়া | |
| ২০০৭ | এ মন মানেনা | ওড়িয়া | |
| ২০০৭ | অগ্নিশিখা | ওড়িয়া | |
| ২০০৮ | নেই যাৰে মেঘ মোতে | ওড়িয়া | |
| ২০০৮ | জোৰ | বঙালী ভাষা | |
| ২০০৮ | গোলমাল | বাংলা | |
| ২০০৮ | লভ ষ্ট'ৰী | বাংলা | |
| ২০০৮ | টক্কৰ | বাংলা | |
| ২০০৯ | হঁশি খুশি ক্লাব | বাংলা | |
| ২০১০ | টাপুৰ টুপুৰ বৃষ্টি পৰে | বাংলা | |
| ২০১১ | অচেনা প্ৰেম | বাংলা | |
| ২০০৯ | সুণা চঁড়েই মো ৰূপা চঁড়েই | ওড়িয়া | |
| ২০১৯ | নিমকি | ওড়িয়া | |
| ২০১৯ | কুইন | ওড়িয়া | |
| ২০২১ | বিজয়িনী | ওড়িয়া |
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা প্ৰিয়দৰ্শিনী” প্ৰবন্ধৰ সংশোধন ৫৭৫০২৩ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।