অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়

ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় হৈছে অসামৰিক বিমান পৰিবহনৰ উন্নয়ন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰা আৰু অসামৰিক বিমান পৰিবহনৰ সুশৃংখল বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে আঁচনি প্ৰস্তুত আৰু ৰূপায়ণকৰাৰ বাবে দায়বদ্ধ মন্ত্ৰালয়।

হালনাগাদ: ১৬ আগষ্ট ২০২৬ ৪৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় হৈছে অসামৰিক বিমান পৰিবহনৰ উন্নয়ন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰা আৰু অসামৰিক বিমান পৰিবহনৰ সুশৃংখল বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে আঁচনি প্ৰস্তুত আৰু ৰূপায়ণকৰাৰ বাবে দায়বদ্ধ মন্ত্ৰালয়। ইয়াৰ কাৰ্যকলাপ বিমানবন্দৰৰ সুবিধা, বিমান যান-বাহন সেৱা আৰু বিমানেৰে যাত্ৰী আৰু সামগ্ৰীৰ বাহনৰ তত্বাৱধানলৈকে বিস্তীৰ্ণ। মন্ত্ৰালয়ে বিমান আইন, ১৯৩৪ আৰু বিমান অধিনিয়ম, ১৯৩৭ ৰূপায়ণৰ ব্যৱস্থা কৰে আৰু ৰে'ল সুৰক্ষা আয়োগৰ বাবে প্ৰশাসনিকভাৱে দায়বদ্ধ।

মন্ত্ৰালয়ৰ গঠন

মন্ত্ৰালয়টো মাননীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মাননীয় ৰাজ্যিক মন্ত্ৰী ভি.কে. সিংৰ দায়িত্বত আছে। সচিব, এজন আইএএছ বিষয়া, মন্ত্ৰালয়ৰ মুৰব্বী আৰু এজন অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা, তিনিজন যুটীয়া সচিব, সঞ্চালক / উপ সচিব / বিত্তীয় নিয়ন্ত্ৰক পৰ্যায়ৰ সাতজন বিষয়া আৰু আণ্ডাৰ চেক্ৰেটেৰী পৰ্যায়ৰ দহজন বিষয়াই সহায় কৰে। ই নতুন দিল্লীৰ চফদৰজং বিমানবন্দৰৰ ৰাজীৱ গান্ধী ভৱনত অৱস্থিত।১

সঞ্চালকালয়

  • অসামৰিক বিমান পৰিবহন সঞ্চালকালয় (ডিজিচিএ)২

সংলগ্ন দপ্তৰ সমূহ

  • বিমানবন্দৰ অৰ্থনৈতিক নিয়ামক কৰ্তৃপক্ষ (এইআৰএ)
  • অসামৰিক বিমান পৰিবহন সুৰক্ষা ব্যুৰো (বিচিএএছ)২
  • ৰে'ল সুৰক্ষা আয়োগ৩ - 1989 চনৰ ৰে'ল আইনৰ নিৰ্দেশঅনুসৰি আয়োগ হৈছে ভাৰতৰ ৰেল সুৰক্ষা কৰ্তৃপক্ষ। সংস্থাটোৱে ৰেল দুৰ্ঘটনাৰ তদন্ত কৰে। [4]
  • বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (এ.এ.আই.বি.)

স্বায়ত্তশাসিত

  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উৰণ একাডেমী (আইজিআৰইউএ)২

সংবিধিবদ্ধ সংস্থা

  • ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ২

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ অধিনত

  • এয়াৰ ইণ্ডিয়া লিমিটেড (নৰেন্দ্ৰ মোডীৰদ্বাৰাব্যক্তিগতকৰণ -ভাৰতীয় জনতা পাৰ্টি)

অসামৰিক বিমান পৰিবহনৰ মন্ত্ৰী সকল

ক্ৰমিক নংনামপ্ৰতিকৃতিকাৰ্য্যকালপ্ৰধানমন্ত্ৰী
১জন মাথাই (পৰিবহন মন্ত্ৰী)১৫ আগষ্ট ১৯৪৭২২ ছেপ্টেম্বৰ ১৯৪৮জৱাহৰলাল নেহৰু
২এন গোপালস্বামী আয়াংগাৰ (পৰিবহন আৰু ৰেল মন্ত্ৰী)Gopalaswamy Ayyangar.jpg১৭ আগষ্ট ১৯৪৮১৩ মে ১৯৫২
৩লাল বাহাদুৰ শাস্ত্ৰী (ৰেল আৰু পৰিবহন মন্ত্ৰী)Lal Bahadur Shastri (cropped).jpg১৩ মে ১৯৫২৭ ডিচেম্বৰ ১৯৫৬
৪হৰি বিনায়ক পাটাস্কাৰ৭ ডিচেম্বৰ ১৯৫৬১৬ এপ্ৰিল ১৯৫৭
৫লাল বাহাদুৰ শাস্ত্ৰী (পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)Lal Bahadur Shastri (cropped).jpg১৬ এপ্ৰিল ১৯৫৭২৮ মাৰ্চ ১৯৫৮
৬এছ কে পাটিল (পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)২৯ মাৰ্চ ১৯৫৮২৮ আগষ্ট ১৯৫৮
৭পি চুব্বাৰায়ান (পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)P Subbarayan 1989 stamp of India.jpg২ ছেপ্টেম্বৰ ১৯৫৯১০ এপ্ৰিল ১৯৬২
৮জগজীৱন ৰাম (পৰিবহন আৰু যোগাযোগ মন্ত্ৰী)Jagjivan Ram 1991 stamp of India.jpg১০ এপ্ৰিল ১৯৬২৩১ আগষ্ট ১৯৬৩
৯সত্য নাৰায়ণ সিনহা৯ জুন ১৯৬৪১৩ জুন ১৯৬৪লাল বাহাদুৰ শাস্ত্ৰী
১০নিত্যানন্দ কানুংগো (ৰাজ্যিক মন্ত্ৰী হিচাপে)১৩ জুন ১৯৬৪৩১ জুলাই ১৯৬৫
১১ৰাজ বাহাদুৰRaj Bahadur 2013 stamp of India.jpg৩১ জুলাই ১৯৬৫২৪ জানুৱাৰী ১৯৬৬
১২নীলম সঞ্জীৱ ৰেড্ডী (পৰিবহন, বিমান পৰিবহন, জাহাজ আৰু পৰ্যটন মন্ত্ৰী)Neelam Sanjiva Reddy.jpg২৪ জানুৱাৰী ১৯৬৬১৬ মাৰ্চ ১৯৬৭ইন্দিৰা গান্ধী
১৩কৰণ সিংDr-Karan-Singh-sept2009.jpg১৬ মাৰ্চ ১৯৬৭৯ নৱেম্বৰ ১৯৭৩
১৪ৰাজ বাহাদুৰ৯ নৱেম্বৰ ১৯৭৩২২ ডিচেম্বৰ ১৯৭৬
১৫কোঠা ৰঘুৰামাইয়া২৩ ডিচেম্বৰ ১৯৭৬২৪ মাৰ্চ ১৯৭৭
১৬পুৰুষোত্তম কৌশিক২৪ মাৰ্চ ১৯৭৭১৫ জুলাই ১৯৭৯মোৰাৰজী দেশাই
১৭মহম্মদ শফি কুৰেছি৩০ জুলাই ১৯৭৯১৪ জানুৱাৰী ১৯৮০চৰণ সিং
১৮জানকী বল্লভ পাটনায়ক১৪ জানুৱাৰী ১৯৮০৭ জুন ১৯৮০ইন্দিৰা গান্ধী
১৯অনন্ত প্ৰসাদ শৰ্মা১৯ অক্টোবৰ ১৯৮০২ ছেপ্তেম্বৰ ১৯৮২
২০ভাগৱত ঝা আজাদ২ ছেপ্তেম্বৰ ১৯৮২১৪ ১৪ ফেব্ৰুৱাৰী ১৯৮৩
২১খুৰশ্বেদ আলম খান১৪ ফেব্ৰুৱাৰী ১৯৮৩৩১ ডিচেম্বৰ ১৯৮৪
২২জগদীশ টাইটলাৰ২২ অক্টোবৰ ১৯৮৬১৪ ফেব্ৰুৱাৰী ১৯৮৮ৰাজীৱ গান্ধী
২৩মতিলাল ভোৰা১৪ ফেব্ৰুৱাৰী ১৯৮৮৪২৫ জুন ১৯৮৮
২৪শিৱৰাজ পাটিল২৫ জুন ১৯৮৮২ ডিচেম্বৰ ১৯৮৯
২৫আৰিফ মহম্মদ খান৬ ডিচেম্বৰ ১৯৮৯১০ নৱেম্বৰ ১৯৯০ভি পি সিং
২৬হৰমোহন ধাৱান২১ নৱেম্বৰ ১৯৯০২১ জুন ১৯৯১চন্দ্ৰ শেখৰ
২৭মাধৱৰাও সিন্ধিয়া২১ জুন ১৯৯১৯ জানুৱাৰী ১৯৯৩পি ভি নৰসিংহ ৰাও
২৮গুলাম নবী আজাদ৯ জানুৱাৰী ১৯৯৩১৫ মে ১৯৬৬
২৯ভি. ধনঞ্জয়া কুমাৰ১৫ মে ১৯৬৬১ জুন ১৯৯৬অটল বিহাৰী বাজপেয়ী
৩০চি.এম ইব্ৰাহিম১ জুন ১৯৯৬১৯ মাৰ্চ ১৯৯৮এইচ ডি দেৱগৌড়া
আই কে গুজৰাল
৩১অনন্ত কুমাৰ১৯ মাৰ্চ ১৯৯৮১৩ অক্টোবৰ ১৯৯৯অটল বিহাৰী বাজপেয়ী
৩২শাৰদ যাদৱ১৩ অক্টোবৰ ১৯৯৯৩১ আগষ্ট ২০০১
৩৩চয়দ শ্বাহনাৱাজ হুছেইন১ ছেপ্তেম্বৰ ২০০১২৩ মে ২০০৩
৩৪ৰাজীৱ প্ৰতাপ ৰুডি২৩ মে ২০০৩২২ মে ২০০৪
৩৫প্ৰফুল পেটেল২৩ মে ২০০৪১৮ জানুৱাৰী ২০১১মনমোহন সিং
৩৬ভায়ালাৰ ৰবি১৯ জানুৱাৰী ২০১১১৮ ডিচেম্বৰ ২০১১
৩৭অজিত সিং১৮ ডিচেম্বৰ ২০১১২৬ মে ২০১৪
৩৮অশোক গজপতি ৰাজু২৬ মে ২০১৪৯ মাৰ্চ ২০১৮নৰেন্দ্ৰ মোডী
৩৯সুৰেশ প্ৰভু১০ মাৰ্চ ২০১৮৩০ মে ২০১৯
৪০হৰদীপ সিং পুৰী৩০ মে ২০১৯৭ জুলাই ২০২১
৪১জ্যোতিৰাদিত্য সিন্ধিয়া৭ জুলাই ২০২১পদাধিকাৰী

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীসকল

ৰাজ্যিক মন্ত্ৰীসকলপ্ৰতিকৃতিৰাজনৈতিক দলকাৰ্য্যকাল
জি.এম সিদ্ধেশ্বৰভাৰতীয় জনতা পাৰ্টী২৬ মে ২০১৪৯ নৱেম্বৰ ২০১৪
মহেশ শৰ্মা৯ নৱেম্বৰ ২০১৪৫ জুলাই ২০১৬
জয়ন্ত সিনহা৫ জুলাই ২০১৬৩০ মে ২০১৯
ভি কে সিং৭ জুলাই ২০২১পদাধিকাৰী

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ "Ministry of Civil Aviation." Government of India. Retrieved on 20 February 2012
  3. ↑ "Commission of Railway Safety ." Ministry of Civil Aviation. Retrieved on 19 February 2012
  4. ↑ Vayudoot remains Harsh Vardhan's show. India Today

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ৬২৭৮০১ (১৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।