অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসম শিশু সাহিত্য কোষ

অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আৰু প্ৰকল্প কাৰ্যবাহী জ্যোতি খাটনিয়াৰ।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২১ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আৰু প্ৰকল্প কাৰ্যবাহী জ্যোতি খাটনিয়াৰ। মুঠ ৪১টা খণ্ডৰ এই শিশু সাহিত্যৰ সংকলনসমূহৰ মূল্য হৈছে ৪১.০০০ টকা।১

গ্ৰন্থ বিৱৰণ

৪১টা খণ্ডৰ এই শিশু সাহিত্য কোষখনত শিশু উপযোগী গ্ৰন্থসমূহৰ বিৱৰণ আছে। ২০১৭ চনত এই প্ৰকল্পৰ আৰম্ভ হয় আৰু ২০২০ চনত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰস্তাৱনা খণ্ডটোত বিশ্ব শিশু সাহিত্য, ভাৰতীয় শিশু সাহিত্য অসমীয়া শিশু সাহিত্য সম্পৰ্কে প্ৰায় ২৮জন লেখকৰ সৰ্বমুঠ ২৮টা প্ৰবন্ধ সংকলিত হৈছে।

তথ্যসূত্ৰ

  1. ↑ হিতেশ ডেকা, সহযোগী- দিগন্ত ওজা. (২০২০). অসম শিশু সাহিত্য কোষ. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃ. ৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম শিশু সাহিত্য কোষ” প্ৰবন্ধৰ সংশোধন ৩০৯১৭৩ (১৫ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।