অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া সংখ্যা পদ্ধতি

অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহাৰ হয়।

হালনাগাদ: ১ মে’ ২০২৬ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহাৰ হয়।

প্ৰাথমিক সংখ্যা

অসমীয়া-বঙালী সংখ্যা পদ্ধতিআৰৱী সংখ্যা পদ্ধতিবঙালী শব্দবঙালী ৰোমানীকৰণঅসমীয়া শব্দঅসমীয়াৰ ৰোমানীকৰণছিলঠীয়া শব্দছিলঠীয়াৰ ৰোমানীকৰণ
০0শূন্যshunnôশূন্যxuinnoꠡꠥꠘ꠆ꠘ꠩shuinno
১1একækএকekꠄꠇex
২2দুইduiদুইduiꠖꠥꠁdui
৩3তিনtinতিনিtiniꠔꠤꠘtin
৪4চাব়charচাৰিsariꠌꠣꠁꠞsair
৫5পাঁচpãchপাঁচpansꠙꠣꠌfas
৬6ছয়chhôyছয়soyꠍꠄsoe
৭7সাতshatসাতxatꠡꠣꠔshat
৮8আটatআঠathꠀꠐat
৯9নয়nôyনnoꠘꠄnoe

বিস্তৃত সংখ্যা

অসমীয়া-বঙালী সংখ্যা পদ্ধতিআৰৱী সংখ্যা পদ্ধতিবঙালী শব্দবঙালীৰ ৰোমানীকৰণঅসমীয়া শব্দঅসমীয়াৰ ৰোমানীকৰণছিলঠীয়া শব্দছিলঠীয়াৰ ৰোমানীকৰণ
১০10দশdôshদহdôhꠖꠡdosh
১১11এগাব়ægarôএঘাৰegharôꠄꠊꠣꠞ꠩egaro
১২12বাব়োbaroবাৰbaroꠛꠣꠞ꠩baro
১৩13তেব়teroতেৰteroꠔꠦꠞ꠩tero
১৪14চৌদ্দchoddoচৈধ্যsoidhdhoꠌꠃꠖ꠆ꠖ꠩souddo
২০20কুড়ি (বিশ)kuri (bish)বিছbisꠛꠤꠡbish
২১21একুশækushএকৈছekoisꠄꠇꠥꠁꠡekuish
৩০30ত্ৰিশ (তিব়িশ)trishত্ৰিছtrisꠔꠤꠡtish
৪০40চল্লিশchôllishচল্লিছsollisꠍꠟꠟꠤꠡsollish
৫০50পঞ্চাশpônchashপঞ্চাছponsasꠙꠂꠘꠌꠣꠡfoinchash
৬০60ষাটshaṭষাঠিxathiꠡꠣꠁꠐshait
৭০70সত্তব়shôttôrসত্তৰxottorꠡꠔꠔꠂꠞshottoir
৮০80আশিashiআশীaxiꠀꠡꠤashi
৯০90নব্বইnôbbôiনব্বৈnobboiꠘꠛꠛꠂnobboi
১০০100শত (একশ)shôtôএশ/শexo/xoꠄꠇꠡexsho
১০০০1,000হাজাব় (সহস্ৰ)hajar (shôhôshrô)এহেজাৰ/হাজাৰehezar/hazarꠢꠣꠎꠣꠝhazar
১০,০০০10,000দশ হাজাব়dôsh hajarদহ হাজাৰdoh hazarꠖꠡ ꠢꠣꠎꠣꠞdosh hazar
১,০০,০০০100,000লক্ষ (লাখ)lôkkhô (lakh)লাখlakhꠟꠣꠈlax
১০,০০,০০০1,000,000দশ লক্ষdôsh lôkkhôদহ লাখ / নিযুতdoh lakh / nizutꠖꠡ ꠟꠣꠈdosh lax
১,০০,০০,০০০10,000,000কোটিkotiএক কোটি/কোটিek kúti/kútiꠇꠥꠐꠤkuti
১০,০০,০০,০০০100,000,000দশ কোটিdôsh kotiদহ কোটিdoh kútiꠖꠡ ꠇꠥꠐꠤdosh kuti

ভগ্নাংশ

A book list from 1908, with prices in rupees and anna. The price at top left is ২৷৷৹ (2 Rupees and 8 Anas, or 2½ Rupees), top right ৸৹ (12 Anas or ¾ Rupees).
A book list from 1908, with prices in rupees and anna. The price at top left is ২৷৷৹ (2 Rupees and 8 Anas, or 2½ Rupees), top right ৸৹ (12 Anas or ¾ Rupees).ছবি: anon. · Public domain

The Bengali script has a separate set of digits for base-16 fractions:

SymbolNameFractional valueOther names
৴৹1 ānā1/16১ আনা
৵৹2 ānā2/16
৶৹3 ānā3/16
৷৹4 ānā4/16 = 1/4সিকি, পোয়া, "সোয়া-"
৷৴৹5 ānā5/16
৷৵৹6 ānā6/16
৷৶৹7 ānā7/16
৷৷৹8 ānā8/16 = 1/2আধুলি, "সাড়ে-"
৷৷৴৹9 ānā9/16
৷৷৵৹10 ānā10/16
৷৷৶৹11 ānā11/16
৸৹12 ānā12/16 = 3/4"পৌনে-"
৸৴৹13 ānā13/16
৸৵৹14 ānā14/16
৸৶৹15 ānā15/16
১৲16 ānā16/16 = 1১ টাকা

This system was the norm for pricing before decimalization of the currency: ২৲ (₹2), ২৷৷৹ (₹2-8, or 2 rupees 8 annas).

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপিসংখ্যাঅসমীয়া ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া সংখ্যা পদ্ধতি” প্ৰবন্ধৰ সংশোধন ৬০৩৭৭৪ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।