ভাষাবিজ্ঞান উপক্ৰমণিকা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। লিখক অৰ্পণা কোঁৱৰ। প্ৰথম প্ৰকাশ হয় ২০০২ চনত। প্ৰকাশক বনলতা।১ গ্ৰন্থখনত ভাষাৰ তাৎপৰ্য, ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, ভাষা চৰ্চা আৰু অধ্যয়নৰ ইতিহাস, ভাষাতত্ত্ব, ভাষাবিজ্ঞান, ব্যাকৰণ, ভাষাবিজ্ঞানৰ পৰিধি, ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান, ৰূপতত্ত্ব, বাক্যতত্ত্ব, অৰ্থতত্ত্ব, ভাষাৰ পৰিৱৰ্তন আদি বিষয়সমূহৰ ওপৰত বৰ্ণনা কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ অৰ্পণা কোঁৱৰ. (২০১২). ভাষাবিজ্ঞান উপক্ৰমণিকা. বনলতা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাষাবিজ্ঞান উপক্ৰমণিকা” প্ৰবন্ধৰ সংশোধন ৬১৫০৪৩ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।