অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।১
গল্পসমূহ
অশান্ত ইলেকট্ৰন গল্পসংকলখনত মুঠ ছয়টা গল্প আছে।
- অশান্ত ইলেকট্ৰন
- জ্যামিতি
- বাৰ্কাৰ'ল
- বাসন্তিকা
- কেন্দ্ৰাভিমুখ
- ধ্ৰুবক
তথ্যসূত্ৰ
- ↑ ডেকা,প্ৰিয়াংকুশ. ড° জ্যোতি প্ৰসাদ মেধি: এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ. gonitsora
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশান্ত ইলেকট্ৰন” প্ৰবন্ধৰ সংশোধন ২৪০২২৫ (২ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।