অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অন্নমায়া

অন্নমায়া (Annamayya) ১৯৯৭ চনৰ তেলেগু ভাষাৰ এখন হাজিঅ'গ্ৰাফিক ছবি, যাৰ পৰিচালনা কৰিছে কে ৰাঘবেন্দ্ৰ ৰাৱে আৰু ভি এম চি প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভি ডোৰাস্বামী ৰাজুৱে। এই ছবিখনত পঞ্চদশ শতিকাৰ সংগীতকাৰ অন্নমাচাৰ্যৰ জীৱন কাহিনী বৰ্ণিত হৈছে, যিটো চৰিত্ৰত নাগাৰ্জুন অক্কিনেনীয়ে অভিনয় কৰিছে।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অন্নমায়া (Annamayya) ১৯৯৭ চনৰ তেলেগু ভাষাৰ এখন হাজিঅ'গ্ৰাফিক ছবি, যাৰ পৰিচালনা কৰিছে কে ৰাঘবেন্দ্ৰ ৰাৱে আৰু ভি এম চি প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভি ডোৰাস্বামী ৰাজুৱে। এই ছবিখনত পঞ্চদশ শতিকাৰ সংগীতকাৰ অন্নমাচাৰ্যৰ জীৱন কাহিনী বৰ্ণিত হৈছে, যিটো চৰিত্ৰত নাগাৰ্জুন অক্কিনেনীয়ে অভিনয় কৰিছে। অন্যান্য প্ৰধান ভূমিতাত আছে মোহন বাবু, সুমন, ৰামকৃষ্ণ, ভানুপ্ৰিয়া, ৰোজা, আৰু কস্তুৰী। ছবিখনৰ গীতৰ সংগীত আৰু আৱহসংগীত এম এম কিৰৱানীয়ে কৰিছে। মুক্তিৰ লগে লগে ছবিখনে ইতিবাচক সমালোচনা পায় আৰু আঠটা নন্দী বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা আৰু দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১২৩ ২৯তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) ভাৰতীয় পেনোৰামা মুখ্যধাৰাত ছবিখন প্ৰদৰ্শিত হৈছিল।৪

বঁটা

৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ সংগীত পৰিচালক- এম এম কিৰৱানী
  • বিশেষ উল্লেখ (অভিনেতা)- নাগাৰ্জুন

ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ পৰিচালক
  • শ্ৰেষ্ঠ অভিনেতা

তথ্যসূত্ৰ

  1. ↑ (6 June 1997). జమీన్ రైతు. Zaminryot
  2. ↑ CineGoer.com - Box-Office Records And Collections - Two Successive Silver Jubilees
  3. ↑ (7 January 2011). తెలుగుసినిమా చరిత్ర: Andhra Pradesh State Nandi Film Awards(1997-2000)
  4. ↑ Directorate of Film Festival

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবিতেলেগু চলচ্চিত্ৰ১৯৯৭ বৰ্ষৰ চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নমায়া” প্ৰবন্ধৰ সংশোধন ৫৬২৬৩৭ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।