অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আলী বাবা ৪০ ডংগালু

আলী বাবা ৪০ ডংগালু (Ali Baba 40 Dongalu; অনু. আলি বাবা আৰু ৪০টা চোৰ) বি. বিট্টলাচাৰ্য পৰিচালিত, ১৯৭০ চনৰ এখন তেলেগু ভাষাৰ ফেণ্টাচী ছচবাল্কাৰ ছবি। ইয়াত এন টি ৰামা ৰাও আৰু জয়ললিতা মুখ্য ভূমিকাত অভিনয় কৰিছে। সংগীত ৰচনা ঘন্টাশালৰ। শ্ৰী গৌতম পিকচাৰ্ছৰ বেনাৰত ছবিখন এন ৰামব্ৰহ্মমে প্ৰযোজনা কৰিছে।

হালনাগাদ: ২২ মাৰ্চ ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আলী বাবা ৪০ ডংগালু (Ali Baba 40 Dongalu; অনু. আলি বাবা আৰু ৪০টা চোৰ) বি. বিট্টলাচাৰ্য পৰিচালিত১, ১৯৭০ চনৰ এখন তেলেগু ভাষাৰ ফেণ্টাচী ছচবাল্কাৰ ছবি। ইয়াত এন টি ৰামা ৰাও আৰু জয়ললিতা মুখ্য ভূমিকাত অভিনয় কৰিছে। সংগীত ৰচনা ঘন্টাশালৰ।২ শ্ৰী গৌতম পিকচাৰ্ছৰ বেনাৰত ছবিখন এন ৰামব্ৰহ্মমে প্ৰযোজনা কৰিছে।৩ আৰবীয় নাইটছৰ আলী বাবা আৰু চল্লিশ চোৰ নামৰ কাহিনী এটাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।৪

অভিনয়

  • এন টি ৰামাৰাও (আলিবাবা)
  • জয়ললিতা (মাৰ্জিয়ানা)
  • সত্যনাৰায়ন (কাছিম)
  • নাগভূষণম (চটু)
  • মিক্কিলিনেনী (চৰ্দাৰ)
  • আল্লু ৰামলিংগয়া (ব্যাদ্যুদু)
  • ৰাজা বাবু
  • ৰাভি কোন্দলা ৰাও

তথ্যসূত্ৰ

  1. ↑ Ali Baba 40 Dongalu (Direction). Filmiclub
  2. ↑ Ali Baba 40 Dongalu (Music). Know Your Films
  3. ↑ Ali Baba 40 Dongalu (Music). Know Your Films
  4. ↑ Ali Baba 40 Dongalu (Preview). Spicy Onion

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবিতেলেগু চলচ্চিত্ৰ১৯৭০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলী বাবা ৪০ ডংগালু” প্ৰবন্ধৰ সংশোধন ৪৯৫৫২৮ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।