ভাৰত
১০৬ প্ৰবন্ধ
-
বচপন বচাও আন্দোলন
বচপন বাচাও আন্দোলন (BBA; Save Childhood Movement) ভাৰত ভিত্তিক শিশু অধিকাৰ আন্দোলন। ১৯৮০ চনত কৈলাস সত্যাৰ্থীয়ে আৰম্ভ কৰিছিল। এই আন্দোলনে বন্ধন শ্ৰমিক, শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায়, আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ প্ৰসাৰ ঘটায়।
-
বাণলিংগ
বাণলিংগ হৈছে ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ নৰ্মদা নদীৰ কিছু অংশৰ নদীৰ তলত পোৱা এক প্ৰকাৰৰ শিল, যিটো খহনীয়াৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা লিংগৰ দৰে আকৃতিলৈ গঠিত হয় আৰু ই হিন্দু দেৱতা শিৱৰ এনিকনিক ৰূপ।
-
বুৰ্জাহোম প্ৰত্নতাত্ত্বিক স্থান
বুৰ্জাহোম প্ৰত্নতাত্ত্বিক স্থান ভাৰতৰ জম্মু-কাশ্মীৰৰ কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ জিলাত অৱস্থিত। ইয়াত ঘেঁহুৰ প্ৰমাণ পোৱা গৈছিল। প্ৰত্নতাত্ত্বিক খননত খ্ৰীষ্টপূৰ্ব ৩০০০ আৰু খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ ভিতৰত সাংস্কৃতিক তাৎপৰ্য্যৰ চাৰিটা পৰ্যায় পোৱা গৈছে।
-
ভাৰত-চীন সীমান্ত টহল চুক্তি ২০২৪
ভাৰত-চীন সীমান্ত টহল চুক্তি ২০২৪ হৈছে গালৱান উপত্যকাত দুখন দেশৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হোৱা শত্ৰুতা লাঘৱ কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজত উপনীত হোৱা এখন চুক্তি। দুয়োখন দেশৰ সংঘাতৰ সময়ত প্ৰতিৰক্ষা জোৱানৰ হতাহতি হয়।
-
ভাৰতত ঘেঁহু উৎপাদন
ভাৰতৰ আটাইতকৈ বেছি ঘেঁহু উৎপাদন হয় ইণ্ডো-গংগা সমভূমিৰ উত্তৰ-পশ্চিম অংশত। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ ঘেঁহু উৎপাদক দেশ। জলবায়ু পৰিৱৰ্তনে ভাৰতৰ ঘেঁহু উৎপাদনত প্ৰভাৱ পেলাইছে। ভাৰতে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছে।
-
ভাৰতত চিকিৎসা পৰ্যটন
ভাৰতৰ চিকিৎসা পৰ্যটন ভাৰতৰ চিকিৎসা পৰ্যটন দেশৰ অৰ্থনীতিৰ ভিতৰতে এক ক্ৰমবৰ্ধমান খণ্ড। ২০২২ চনত ভাৰতৰ চিকিৎসা পৰ্যটন খণ্ডৰ মূল্য ৯ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল।
-
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ হৈছে অন্য দেশৰ কৰ্তৃপক্ষই ভাৰতৰ নাগৰিকসকলৰ ওপৰত আৰোপ কৰা প্ৰশাসনিক প্ৰৱেশ প্ৰতিবন্ধকতা। ২০২৬ চনৰ তথ্য অনুসৰি, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মতে ভাৰতীয় নাগৰিকসকলৰ বাবে ২৭খন ভিছা-মুক্ত, ৪৭খন ভিছা-অন-এৰাইভেল (প্ৰৱেশ কৰাৰ পাছত ভিছা লাভ কৰা) আৰু…
-
ভাৰতীয় স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি
ভাৰতীয় স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী বা আজাদী কা অমৃত মহোৎসৱ (স্বাধীনতাৰ অমৃত মহোৎসৱ) হৈছে এক চলিত অনুষ্ঠান, য’ত ভাৰতৰ লগতে বিদেশতো ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে।
-
ভাৰতৰ প্ৰাণীজগত
ভাৰতবৰ্ষ ২০২০ চনত বৈচিত্ৰ্য সূচকাংকত ০.৪৬ বায়'ডি স্ক'ৰ, ১০২,৭১৮ প্ৰজাতিৰ প্ৰাণী আৰু দেশৰ ভৌগোলিক অঞ্চলৰ ২৩.৩৯% বনাঞ্চল আৰু গছৰ আৱৰণৰ সৈতে বিশ্বৰ ৮ম সৰ্বাধিক জৈৱ-বৈচিত্ৰ্যপূৰ্ণ অঞ্চল।ভাৰতে বহুতো বায়’ম সামৰি লৈছে: মৰুভূমি, ওখ পৰ্বত, উচ্চভূমি, গ্ৰীষ্মমণ্ডলীয় আৰু নাতিশীতোষ্ণ অৰণ্য, জলাশয়, সমভূমি,…
-
মেঘবাহন
মেঘবাহন (মৃত্যু ৫৯ খ্ৰীষ্টাব্দ) দ্বিতীয় গোনান্দ বংশৰ প্ৰতিষ্থাপক আৰু ২৫ খ্ৰীষ্টাব্দৰপৰা ৫৯ খ্ৰীষ্টাব্দত মৃত্যুৰ আগলৈকে কাশ্মীৰৰ শাসক আছিল। গোনান্দ শাসকৰ বংশত মেঘবাহন ৮০ নং শাসক, তাৰ পিছত ৮১ নং শাসক প্ৰৱৰসেন (শ্ৰেষ্ঠসেন আৰু টুনিনা বুলিও জনা যায়)।
-
ললিতগিৰি
ললিতগিৰি (নলিতগিৰি বুলিও কোৱা হয়) ভাৰতৰ ওড়িশা ৰাজ্যৰ কটক জিলাত অৱস্থিত এটা প্ৰমুখ্য বৌদ্ধ পৰিসৰ। এই পৰিসৰটিত হৈছে এই অঞ্চলৰ আটাইতকৈ পুৰণি স্থান ভালেখিনি য'ত বৌদ্ধ স্তুপ, অবোধ্য বুদ্ধ প্ৰতিমূৰ্তি আৰু মঠ (বিহাৰ) আছে।
-
শিৱনেৰী দুৰ্গ
শিৱনেৰী দুৰ্গ (কিল্লা বুলিও জনাজাত) ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনে জিলাৰ জুন্নাৰৰ ওচৰত অৱস্থিত এটা প্ৰাচীন সামৰিক দুৰ্গ। ই মাৰাঠা ৰাজ্যৰ প্ৰতিষ্থাপক চত্ৰপতি শিৱাজী মহাৰাজৰ জন্মস্থান।
-
সামাজিক ন্যায়ৰ মূৰ্তি
সামাজিক ন্যায়ৰ মূৰ্তি যাক ড° বি আৰ আম্বেদকাৰ স্মাৰক বুলিও জনা যায়, ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বিজয়াৱাড়াত অৱস্থিত ২০৬ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। ভাৰতীয় বহু গণিতজ্ঞ, ৰাষ্ট্ৰনেতা, সমাজ সংস্কাৰক তথা ভাৰতীয় সংবিধানৰ জনক বি আৰ আম্বেদকাৰৰ নামত উচৰ্গা কৰা স্মৃতিসৌধ।
-
সিন্ধুদুৰ্গ
সিন্ধুদুৰ্গ দুৰ্গ হৈছে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰৰ কংকন অঞ্চলৰ ওচৰত আৰব সাগৰত অৱস্থিত এটা ঐতিহাসিক সাগৰীয় দুৰ্গ। ছাত্ৰপতি শিৱাজীৰ নিৰ্দেশত এই দুৰ্গটো ১৬৬৪ চনৰ পৰা ১৬৬৭ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
হোপ দ্বীপ
হোপ দ্বীপ ভাৰতৰ কাকিনাডাৰ উপকূলৰ ওচৰত বংগোপসাগৰত অৱস্থিত এটা সৰু টেডপল আকৃতিৰ দ্বীপ।
-
১০২ (এম্বুলেন্স সেৱা)
১০২ বিনামূলীয়া এম্বুলেন্স সেৱা হ'ল ভাৰতৰ এটা জৰুৰীকালীন চিকিৎসা পৰিবহণ সেৱা। ইয়াক নেচনেল এম্বুলেন্স চাৰ্ভিচ (NAS) নামেৰেও জনা যায়। এই সেৱাৰ অধীনত সকলো এম্বুলেন্সত সহায়ক জিপিএছ ব্যৱস্থা আৰু প্ৰয়োজনীয় চিকিৎসা-সঁজুলি সংযুক্ত কৰা থাকে।