নাৰীবাদী সংগঠন
৫৭ প্ৰবন্ধ
-
টেলেংগানা ৰাজ্যিক মহিলা আয়োগ
টেলেংগানা মহিলা আয়োগ হৈছে টেলেংগানা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে টেলেংগানা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ত্ৰিপুৰা ৰাজ্যিক মহিলা আয়োগ
ত্ৰিপুৰা মহিলা আয়োগ হৈছে ত্ৰিপুৰা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে ত্ৰিপুৰা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ
ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ (Men Against Rape and Discrimination, বা এমএআৰডি/মৰ্ড) হৈছে বলীউডৰ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা ফাৰহান আখটাৰে ২০১৩ চনত আৰম্ভ কৰা চনৰ এক সামাজিক প্ৰচাৰ। "এমইআৰডি" শব্দটো मर्द, Man) শব্দটো এটা চমু ৰূপত প্ৰচাৰৰ নামত ব্যৱহাৰ কৰা হৈছে।
-
নজৰিয়া
নজৰিয়া: এ কুইয়াৰ ফেমিনিষ্ট ৰিচ'ৰ্চ গ্ৰুপ (Nazariya: A Queer Feminist Resource Group বা Nazariya QFRG) হৈছে অলাভজনক কুইয়াৰ ফেমিনিষ্ট ৰিচ'ৰ্চ গ্ৰুপ। ই দিল্লী এন.চি.আৰত অৱস্থিত। ২০১৪ চনৰ অক্টোবৰ মাহত গঠন হোৱা এই সংগঠনটোৱে তাৰ পিছৰ পৰা দক্ষিণ এছিয়াৰ নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
-
নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগ
নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগ হৈছে নাগালেণ্ড ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে নাগালেণ্ড চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
নাৰী মুক্তি সংঘ
নাৰী মুক্তি সংঘ (ইংৰাজী: Nari Mukti Sangh; Women's Liberation Association) হৈছে ভাৰতৰ এটা মহিলা সংগঠন। এই সংগঠনটোৰ মূল কাৰ্যক্ষেত্ৰ হ’ল বিহাৰ আৰু ঝাৰখণ্ড।
-
নাৰীবাদী কলা কাৰ্যসূচী
নাৰীবাদী কলা কাৰ্যসূচী (Feminist Art Program) হৈছে ১৯৭০ চনত শিল্পী জুডি চিকাগোৱে বিকশিত কৰা আৰু শিল্পী ৰীতা যোকোই, মিৰিয়াম শ্বাপিৰো আদিয়ে অব্যাহত ৰখা মহিলাসকলৰ কলেজ পৰ্যায়ৰ কলা কাৰ্যসূচী। শিল্প শিক্ষা আৰু শিল্প জগতখনৰ লিংগ বৈষম্য দূৰ কৰাৰ উপায় হিচাপে ফ্ৰেছনো ষ্টেট কলেজত এই কাৰ্যসূচী আৰম্ভ হৈছিল।
-
পঞ্জাব ৰাজ্যিক মহিলা আয়োগ
পঞ্জাব মহিলা আয়োগ হৈছে পঞ্জাব ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে পঞ্জাব চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
পুডুছেৰী মহিলা আয়োগ
পুডুছেৰী মহিলা আয়োগ হৈছে পুডুছেৰী ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে পুডুছেৰী চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ফিজি মহিলা অধিকাৰ আন্দোলন
ফিজি মহিলা অধিকাৰ আন্দোলন (ইংৰাজী: Fiji Women's Rights Movement; চমুকৈ FWRM) হৈছে ফিজিত অৱস্থিত এক বহু-জাতীয় আৰু বহু-সাংস্কৃতিক সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় চুভাত অৱস্থিত। এই প্ৰতিষ্ঠানটোৱে মানসিক পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে।
-
ফিমেন
ফিমেন (ইংৰাজী: Femen; ৰাছিয়ান আৰু ইউক্ৰেইনীয়: Фемен, বেলাৰুছিয়ান: Фэмэн) হৈছে এক ইউক্ৰেইনীয় উগ্ৰ নাৰীবাদী সক্ৰিয়তাবাদী গোট, যাৰ লক্ষ্য হৈছে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা।
-
বিহাৰ ৰাজ্যিক মহিলা আয়োগ
বিহাৰ ৰাজ্যিক মহিলা আয়োগ হৈছে বিহাৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে বিহাৰ চৰকাৰ অৰ্ধ ন্যায়িক সংস্থা হিচাপে এই আয়োগ গঠন কৰিছিল।
-
বেশৰ্মী মৰ্চা
বেশৰ্মী মৰ্চা (Besharmi Morcha) হৈছে শ্লেটৱাকৰ (Slutwalk) ভাৰতীয় সমতুল্য সংগঠন। ইয়াক শ্লেটৱাক অৰ্থাৎ বেশৰ্মী মৰ্চা নামেৰেও জনা যায়। বেশৰ্মী মৰ্চা আছিল ২০১১ চনত কানাডাৰ মহিলাসকলে আৰম্ভ কৰা এটা সংস্থা।
-
মণিপুৰ ৰাজ্যিক মহিলা আয়োগ
মণিপুৰ ৰাজ্যিক মহিলা আয়োগ হৈছে মণিপুৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৬ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে মণিপুৰ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মধ্যপ্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
মধ্যপ্ৰদেশ ৰাজ্যিক মহিলা আয়োগ হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৮ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মহিলা উন্নয়ন অধ্যয়ন কেন্দ্ৰ
মহিলা উন্নয়ন অধ্যয়ন কেন্দ্ৰ হ'ল ভাৰতৰ দিল্লীৰ এটা বেচৰকাৰী সংস্থা। ১৯৮০ চনত লিংগ গৱেষণা আৰু সমাজ বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত মহিলাৰ স্থান আৰু কাৰ্যকলাপ আগুৱাই নিয়াৰ বাবে কাম কৰি থকা গৱেষক আৰু কৰ্মীৰ এটা দলে প্ৰতিষ্ঠা কৰিছিল। এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাটো বহুলাংশে ইয়াৰ প্ৰতিষ্ঠাপকসকলৰ অভিজ্ঞতাৰ ফল।
-
মিজোৰাম ৰাজ্যিক মহিলা আয়োগ
মিজোৰাম ৰাজ্যিক মহিলা আয়োগ হৈছে মিজোৰাম ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে মিজোৰাম চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মেঘালয় ৰাজ্যিক মহিলা আয়োগ
মেঘালয় ৰাজ্যিক মহিলা আয়োগ হৈছে মেঘালয় ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰকল্যাণৰ বাবে মেঘালয় চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
সংলাপ (সংস্থা)
সংলাপ (ইংৰাজী: Sanlaap) হৈছে এটা ভাৰতীয় নাৰীবাদী বেচৰকাৰী সংস্থা। ১৯৮৭ চনত কলিকতাত ইন্দ্ৰাণী সিনহাই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। কলিকতাত ভিত্তি কৰি গঠন হোৱা এই গোটৰ লক্ষ্য হৈছে মহিলা আৰু ছোৱালীৰ মানৱ অধিকাৰ সুৰক্ষিত কৰা।
-
স্বতন্ত্ৰ মহিলা মঞ্চ
স্বতন্ত্ৰ মহিলা মঞ্চ (Independent Women's Forum) হৈছে মহিলাসকলৰ বাবে চিন্তা-উদ্ৰেককাৰী অৰ্থনৈতিক নীতি-জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা আমেৰিকাৰ ৰক্ষণশীল, অ-লাভজনক সংস্থা।
-
হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগ
হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগ হৈছে হাৰিয়ানা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে হাৰিয়ানা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
হিমাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
হিমাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ হৈছে হিমাচল প্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে হিমাচল প্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
হেপ্পী টু ব্লিড
হেপ্পী টু ব্লিড (Happy to bleed; অসমীয়া অনুবাদ: ৰক্তক্ষৰণত সুখী) হৈছে এক সামাজিক আন্দোলন। ভাৰতত ঋতুস্ৰাৱৰ সৈতে জড়িত যিকোনো বিষয়কে নিষিদ্ধ বুলি ভবা আৰু ইয়াক লজ্জাজনক, কলংকিত বিষয় বুলি বিবেচনা কৰা মনোবৃত্তিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবেই এই আন্দোলনৰ সৃষ্টি। এই আন্দোলনটো আৰম্ভ কৰিছিল নিকিতা আজাদে।
-
ৰাজস্থান ৰাজ্যিক মহিলা আয়োগ
ৰাজস্থান মহিলা আয়োগ হৈছে ৰাজস্থান ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৯ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে ৰাজস্থান চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন
ৰাষ্ট্ৰীয় দলিত মহিলা ফেডাৰেচন (NFDW) হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দলিত মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে এক বেচৰকাৰী সংস্থা। ১৯৯৫ চনত ৰুথ মনোৰমাই প্ৰতিষ্ঠা কৰিছিল এন এফ ডি ডব্লিউ।
-
ৰেড কেনেৰী ছং
ৰেড কেনেৰী ছং (ইংৰাজী: Red Canary Song) হৈছে এছিয়ান আৰু প্ৰব্ৰজনকাৰী মাছাজ পাৰ্লাৰ কৰ্মীসকলৰ অধিকাৰৰ হকে কাম কৰা এটা আমেৰিকান তৃণমূল পৰ্যায়ৰ মিত্ৰজোঁট।
-
ৱাইজ কেম্পেইন
ৱাইজ কেম্পেইন (ইংৰাজী: WISE Campaign - Women into Science and Engineering) হ’ল যুক্তৰাজ্য ভিত্তিক এটা সংস্থা যিয়ে মহিলা আৰু ছোৱালীক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) সম্পৰ্কীয় পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰিবলৈ আৰু সেই সম্পৰ্কীয় পেচাত জড়িত হ’বলৈ উৎসাহিত কৰে।